• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Chris Gayle কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ খেলি অৱসৰৰ বিষয়ে কি ক’লে বিস্ফোৰক বেটাৰ ক্ৰিছ গেইলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 8:28 am
WhatsApp Image 2021-11-07 at 7.49.18 AM

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Chris Gayle কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ খেলা বুলি নিজেই সদৰী কৰিছে ৱেষ্ট ইণ্ডিজৰ দুৰ্ধৰ্ষ বেটাৰ ক্ৰিছ গেইলে। অৱশ্যে এয়া যে অন্তিম আন্তৰ্জাতিক মেচ নহয় তাকো জনাই দিলে গেইলে।

অৱশ্যে, আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ বাবে গেইলৰ হয়তো আৰু বৰ বেছি সময় নালাগিব।

আইচিচি টী-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন মেচত গেইলক দেখি তেওঁ জাতীয় দলৰ পৰা অৱসৰ ল’ব বুলি অনুমান কৰা হৈছিল।

Apply Now

কিন্তু মেচৰ শেষত আইচিচিক দিয়া সাক্ষাৎকাৰত তাৰকা বেটাৰগৰাকীয়ে স্পষ্ট কৰিলে যে এনে এক হতাশাজনক বিশ্বকাপৰ সৈতে তেওঁ নিজৰ কেৰিয়াৰ সামৰিব বিচৰা নাই।

Also Read: ইন্টাৰনেশ্যনেল চাইল্ড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

দৰাচলতে গেইলে ঘৰুৱা খেলপথাৰত এখন আন্তৰ্জাতিক মেচ খেলি জাতীয় দলৰ পৰা অৱসৰ ল’ব বিচাৰে।

গেইলে কয়,’’মই বিশ্বকাপৰ অন্তিম মেচখন উপভোগ কৰিব বিচাৰিছিলো। এইটো আমাৰ বাবে লগতে মোৰ নিজৰ বাবেও অতি হতাশাজনক বিশ্বকাপ। সম্ভৱত: মোৰ কেৰিয়াৰৰ আটাইতকৈ হতাশাজনক এই বিশ্বকাপ। অৱশ্যে এনেকুৱা ঘটিয়েই থাকে।‘’

তেওঁ লগতে কয়, ‘’ আমাৰ এগৰাকী কিংবদন্তি ডোৱেইন ব্ৰেভোই অৱসৰ ল’লে। যি ঘটিল সেই সকলোবোৰ বাহিৰত ৰাখি তেওঁৰ সৈতে অলপ ফূৰ্তি কৰিছিলো। সমৰ্থকসকলৰ সৈতে কথা পাতিছিলো। মোৰ যিহেতু শেষ বিশ্বকাপ সেয়ে সকলোবোৰেই উপভোগ কৰিছিলো।‘’

Also Read:ৰাসলৈ আৰু মাত্ৰ কেইদিন; শৰতৰ ৰাতি বিতোপন কৰি তুলিবলৈ ব্যস্ত এতিয়া গাঁৱৰ যুৱতী-বোৱাৰী

অৱশেষত তেওঁ কিয় অৱসৰ নল’লে তাকো ক’লে। গেইলে কয়,’’মই অৱসৰ ঘোষণা কৰা নাই। প্ৰকৃততে, বোৰ্ডে জামাইকাত মোৰ ঘৰুৱা খেলপথাৰত মোৰ বাবে এখন মেচ ৰাখিছে। তেতিয়াই মই ক’ব পাৰো, বন্ধুসকল ধন্যবাদ। কিন্তু এতিয়াই সেইটো ক’ব নোৱাৰো।‘’  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd