• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mega Vaccination Drive গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা; ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
November 9, 2021 7:36 am
FDsFAIRUUAEOqD2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mega Vaccination Drive গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই জিলাখনত এতিয়াও ক’ভিড- ১৯ৰ প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক অতি সোনকালেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনাইছে ।

সোমবাৰে ক’ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ সংকোচ নকৰাকৈ গৰ্ভৱতী অথবা প্ৰসূতি মাতৃকে ধৰি সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে অসম চৰকাৰে ক’ভিড স্বাস্থ্য আচঁনিকে ধৰি ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ অৰুণোদয়, প্ৰাৰ্থনা আদি আঁচনিসমূহৰ সা-সুবিধাসমূহ এতিয়াৰে পৰা ক’ভিডৰ প্ৰতিষেধক গ্ৰহণৰ স্থিতিৰ সৈতে সংযুক্ত কৰা হ’ব।

Apply Now

Also Read: ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

প্ৰতিষেধক গ্ৰহণ নকৰা কোনো লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ লোকসকলক দ্বিতীয় পালি প্ৰতিষেধক ল’বলৈ আহ্বান জনায়।

তেওঁ বৈঠকত অংশ লোৱা চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক গাঁৱে গাঁৱে গৈ প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত সবিশেষ বুজ ল’বলৈ নিৰ্দেশ দিয়ে।

এই প্ৰক্ৰিয়াত গাঁওবুঢ়াসকলকো জড়িত কৰোৱাবলৈ আহ্বান জনাই তেওঁ কয় যে বৰ্তমান সময়ত প্ৰতিষেধক প্ৰদানেই জিলা প্ৰশাসনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

বৈঠকত ক’ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই কয় যে ১০ৰ পৰা ২০ নৱেম্বৰৰ ভিতৰত প্ৰতিটো অঞ্চলতে ভোটগ্ৰহণ কেন্দ্ৰ হিচাপত সমীক্ষা চলোৱা হ’ব আৰু প্ৰতিষেধক প্ৰদানৰ পৰা বাদ পৰা লোকসকলক চিনাক্ত কৰি উলিওৱা হ’ব। ২২ৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

তেওঁ জিলাখনত ১০০ শতাংশ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনায়।

বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোঁহাইৰ লগতে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত আছিল।

ইফালে জিলাখনত ৬ নৱেম্বৰলৈকে মুঠ ১০,৩৬,৩৪০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,১১,৩৭৬ টা প্ৰথম পালি আৰু ৩,২৪,৯৬৪ টা দ্বিতীয় পালি প্ৰতিষেধক।

মীনাক্ষী ফুকন, গোলাঘাট

মীনাক্ষী ফুকন, গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd