• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই গোৱালপাৰাৰ জনসংযোগ বিষয়াৰ লুটি নিলে ধন-সোণ-নথি

ঘটনা গাপ দিয়াৰ চেষ্টা গুৱাহাটী ৰে'লৱে আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 14, 2021 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইখন অসম মুলুকৰ গুৱাহাটী ৰে’লৱে ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটী ৰে’লৱে ষ্টেছনত কোনো দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই হত্যাৰ চেষ্টা চলায় গোৱালপাৰাৰ এগৰাকী জনসংযোগ বিষয়াক। তেওঁৰ নাম প্ৰণৱ কুমাৰ দাস।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১২ নৱেম্বৰৰ দিনা তেওঁ গোৱালপাৰাৰ কৰ্মস্থলীৰ পৰা নিউ বঙাইগাওঁ-গুৱাহাটী এক্সপ্ৰেছৰ জৰিয়তে গুৱাহাটীস্থিত দ্বাৰকানগৰৰ বাসগৃহলৈ আহি আছিল। তেওঁ সময় অনুসৰি নিশা ৯:৩০ বজাত গুৱাহাটী ৰে’লৱে ষ্টেচন পাব লাগিছিল। কিন্তু পাছদিনা অৰ্থাৎ ১৩ নৱেম্বৰৰ পুৱা ৮ বজালৈকে বাসগৃহত উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Apply Now

সেয়েহে পৰিয়ালৰ লোকে পুৱা ৮ বজাত তেওঁক বিচাৰি গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হয়গৈ। গুৱাহাটী ৰে’লৱে ষ্টেছনতে সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰে জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাসক।

তেওঁৰ হাতত থকা সোণৰ আঙুঠি, মাণিবেগসহ তেওঁৰ ATM CARD, ভোটাৰ কাৰ্ড, পত্নীৰ ভোটাৰ কাৰ্ড,পান কাৰ্ড, সোণৰ চেইন ইত্যাদি দুৰ্বৃত্তই ডকাইতি কৰি লৈ যায়।

ইপিনে, পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি সম্পূৰ্ণ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে।

তেওঁক ততাতৈয়াকৈ পৰিয়ালৰ লোকে গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰায়। বৰ্তমানো তেওঁ ICU ত চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানলৈকে সংজ্ঞা ঘূৰাই পোৱা নাই।

সূত্ৰ অনুসৰি ৰে’লৱে আৰক্ষী বিষয়াই বৰ্তমানলৈকে পৰিয়ালৰ লোকে এজাহাৰ দিছে যদিও কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই। সূত্ৰটোৱে লগতে দাবী কৰি কয় ৰেইলৱে আৰক্ষী বিষয়া অৰূপ ডেকাই তেওঁলোকৰ এজাহাৰ গ্ৰহণ কৰিছিল যদিও বৰ্তমানলৈকে গোচৰ ৰুজু কৰা নাই।

ইপিনে, ঘটনা সন্দৰ্ভত আমি অসম জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰুৱাক ঘটনা সন্দৰ্ভত সোধাত তেওঁ এই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে। এগৰাকী সতীৰ্থ জনসংযোগ বিষয়াৰ খবৰ নৰখাতো কেনেধৰণৰ কথা হ’ব পাৰে সেয়া নিশ্চয়কৈ বিচাৰ্য্যৰ বিষয়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd