• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ পৰামৰ্শ নিয়োগ পৰ্যালোচনা সমিতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 12:49 pm
assam-assembly
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিয়ে সকলোবোৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে এক ৰাজ্যিক নীতি প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

উল্লেখযোগ্য যে যোৱা বছৰ সদন সমিতিখন গঠন কৰা হৈছিল। বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষৰ হাতত এখন আবেদন দাখিল কৰিছিল।

Apply Now

আবেদনখনত শইকীয়াই অভিযোগ কৰিছিল যে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অসম সম্পদে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত ২২ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত স্থানীয় যোগ্য প্ৰাৰ্থীক নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছে।

বুধবাৰে সদনত দাখিল কৰা প্ৰতিবেদনত সমিতিয়ে প্ৰকাশ কৰিছে যে শইকীয়াৰ অভিযোগৰ এক গভীৰ আৰু চৰজমিন অনুসন্ধানৰ পিছত দেখা পোৱা গৈছে যে অ’এনজিচিৰ অসম সম্পদে নিযুক্তি প্ৰক্ৰিয়া নিয়োগ বিনিময় আইন, ১৯৫৯’ৰ (খালীপদৰ জাননী বাধ্যতামূলক) নিয়ম ৪ ৰ ব্যৱস্থা অনুসৰি গ্ৰহণ কৰা নাই।

সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে অ’এনজিচি আৰু আন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে গুজৰাট চৰকাৰৰ দৰে এক নীতি অনুসৰণ কৰা উচিত আৰু স্থানীয় নিবনুৱা যুবক-যুৱতীৰ বাবে ৮০ শতাংশ পদ সংৰক্ষণ কৰিব লাগে।

অ’এনজিচিৰ এক সূত্ৰৰ মতে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো ৰাষ্ট্ৰীয় নিযুক্তি নীতিৰ দ্বাৰা পৰিচালিত। এইক্ষেত্ৰত বিশদ প্ৰতিবেদন লাভ কৰাৰ পিছত তেওঁলোকে বিষয়টো চালি জাৰি চাব।

সুদীৰ্ঘ দিন ধৰি অসমৰ জাতীয় দল-সংগঠনসমূহে নিযুক্তিৰ ক্ষেত্ৰত থলুৱাৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই। এতিয়া সদন সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সংৰক্ষণৰ বিষয়টো যদি নিষ্পত্তি হৈ যায় তেতিয়াহ’লে অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এটা ভাল খবৰ হ’ব বুলি আশা কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd