• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 3:00 pm
Assam Baibhab Award
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা অসম বৈভৱ বঁটা বিজয়ীৰ নাম আজি ঘোষণা কৰে। নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা বিজয়ীৰ নাম।

প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ।

অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে টাটালৈ এই সন্মান আগবঢ়োৱা হৈছে।

টুইটাৰ যোগে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটালৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। টুইটটোত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ অসমত কৰ্কট ৰোগৰ চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদানৰ বাবে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰি আনন্দিত হৈছো।”

 

Delighted to announce that the Government of Assam has decided to confer its highest civilian award, Assam Baibhav, to @RNTata2000 Chairman, @tatatrusts for his exceptional contribution towards furthering cancer care in Assam.

— Himanta Biswa Sarma (@himantabiswa) December 2, 2021

উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম বৈভৱ বঁটাক ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান হিচাপে বিবেচিত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

August 31, 2025 9:26 pm
বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

বিটিআৰ নিৰ্বাচনৰ বাবে ১৬জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ

August 31, 2025 8:30 pm
উত্তৰাখণ্ডত ভূমিস্খলন: ধৌলিগংগা বিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ ১৯ শ্ৰমিক, অব্যাহত উদ্ধাৰ অভিযান

উত্তৰাখণ্ডত ভূমিস্খলন: ধৌলিগংগা বিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ ১৯ শ্ৰমিক, অব্যাহত উদ্ধাৰ অভিযান

August 31, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

উচ্চতম ন্যায়ালয়ত তামিলনাডু চৰকাৰৰ বৃহৎ জয়! মন্দিৰৰ মাটিত নিৰ্মাণ হ’ব চৰকাৰী মহাবিদ্যালয়

August 31, 2025 9:30 pm
কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

কথা পাহৰা বিজেপিৰ গৃহমন্ত্ৰী অমিত শ্বাহক ৰিপুন বৰাই সোঁৱৰাই দিলে হিমন্ত বিশ্বৰ অতীত

August 31, 2025 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd