• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকাশী গংগাত এয়া কিহৰ ঢৌ! গৱেষণাৰ অন্তত বহু তথ্য লাভ কৰিছে বিজ্ঞানীয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 6, 2021 4:05 pm
498
VIEWS
Share on FacebookShare on Twitter

বহু ৰহস্যৰে ভৰি থকা আমাৰ এই সৌৰ জগত খনে যি আকাশীগংগাৰ মাজত অৱ্স্থান কৰি আছে সেই আকাশীগংগাৰেই নিত্য নতুন তথ্য বিজ্ঞানীসকলে লাভ কৰিবলৈ সক্ষম হৈছে।

আকাশীগংগাত প্ৰায় ১০০ নিয়ুত সূৰ্যৰ সমান বৃহৎ জ্যোতিষ্ক আছে। তেন্তে কল্পনা কৰকচোন কিমান বিশাল হ’ব পাৰে আকাশীগংগাৰ পৰিসৰ।

এই আকাশীগংগাতেই এক ধৰণৰ বিশাল ঢৌৰ সৃষ্টি হৈ আহিছে। যি ঢৌক বিজ্ঞানীসকলে গংগোত্ৰীৰ ঢৌ আখ্যা দিছে।

দৰাচলতে গংগোত্ৰী হৈছে ভাৰতৰ মাজেৰে বৈ যোৱা পৱিত্ৰ নদী গংগাৰ উৎপত্তি ঘটা বিশাল হিমবাহ।

মহাকাশৰ আকাশীগংগাত উঠা ঢৌ পিছে পানীৰ বা বৰফৰ ঢৌ নহয়। এই ঢৌ মেঘৰ ঢৌ।শেহতীয়াকৈ এট্ৰ’ফিজিকেল জাৰ্নাল লেটাৰ্ছ নামৰ বিজ্ঞান পত্ৰিকা খনত প্ৰকাশিত এক গৱেষণাধৰ্মী প্ৰৱন্ধত আকাশীগংগাত উৎপত্তি ঘটা মেঘৰ বিশাল ঢৌৰ কথা উল্লেখ কৰা হৈছে।

বিজ্ঞান পত্ৰিকা খনত উল্লেখ কৰা অনুসৰি আকাশীগংগাৰ দুই বিশাল সুবিস্তৃত বাহুক সংযোগ কৰি এই মেঘৰ ঢৌৰ সৃষ্টি হৈ থাকে।

এই ঢৌৰেই নাম বিজ্ঞানীসকলে গংগোত্ৰী ঢৌ ৰাখিছে। কলন বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ ভি এছ বীণাই চিলিৰ ছান পেড্ৰ’ ডে আটাকামাত থকা এপেক্স টেলিস্কোপৰ জৰিয়তে অধ্যয়ন চলাই আকাশীগংগাত সৃষ্টি হৈ থকা মেঘৰ মহা ঢৌৰ বিষয়ে অৱগত হ’বলৈ সক্ষম হৈছে।

দৰাচলতে বিজ্ঞানী গৰাকীয়ে আকাশীগংগাত কাৰ্বন মনোক্সাইড গেছৰ বিষয়ে অধ্যয়ন চলাবলৈ গৈ এই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানী বীণাই প্ৰকাশ কৰা মতে আকাশীগংগাত যি ঢৌৰ সৃষ্টি হয় তাৰ আয়তন প্ৰায় ন নিযুতটা সূৰ্যৰ আয়তনৰ সমান হ’ব।

উল্লেখ্য বিজ্ঞানীগৰাকীয়ে এটা ভৰতীয় নামৰেই আকাশীগংগাৰ বিশাল ঢৌৰ নাম গংগোত্ৰী ঢৌ ৰাখিছে। আকাশীগংগাৰ বিষয়ে যিমানেই নতুন নতুন তথ্য উদ্ঘাটন হ’ব সিমানেই পৃথিৱী আৰু সৌৰজগতৰ জন্ম ৰহস্য উদ্ঘাটনতো সহায় হ’ব বুলি ধাৰণা কৰা হৈছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd