• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পদ্ম নাথ গোঁহাঞিবৰুৱা ১৫০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 8, 2021 2:33 pm
Padmanath Gohainbarua 150 year birth anniversary celebrations to begin from December 10
164
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে সদৌ অসম আহোম সভাই সম্বোধন কৰা এক সংবাদমেলত আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত পদ্মনাথ গোঁহাঞিবৰুৱা ১৫০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ পালনৰ কথা সদৰী কৰিছে ।

সংবাদ মেলত কৰা ঘোষণা অনুসৰি অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পদ্মনাথ গোঁহাঞিবৰুৱা জন্ম জয়ন্তী উৎসৱ। ১৫ আৰু ১৬ ডিচেম্বৰ তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

শিৱসাগৰ বডিং খেলপথাৰত এই জন্ম জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ’ব।

অসমীয়া ভাষা তথা সাহিত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গোঁহাঞিবৰুৱা বৰঙণি অনস্বীকার্য ।অসমীয়া ভাষা আৰু সাহিত্যিকৰ বাবে গোঁহাঞিবৰুৱাই যথেষ্ঠ ত্যাগ কৰিছে। তেওঁক এলাগী কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আহোম সভাৰ নেতৃত্বই।

আনহাতে, অসমীয়া সাহিত্যৰ কাণ্ডাৰী পদ্ম নাথ গোঁহাঞিবৰুৱাক সাহিত্য সভাই স্মৰণ কৰিবলৈ পাহৰি যোৱাৰ অভিযোগ উসদৌত্থাপন কৰে অসম আহোম সভাই।

তদুপৰি গোঁহাঞিবৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় আৰু উদ্যান প্ৰতিষ্ঠা কৰাৰ লগতে এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবেও অসম চৰকাৰক আহ্বান জনায় সংগঠনটোৱে।

সদৌ অসম আহোম সভাই এইবাৰৰ পৰা পদ্মনাথ গোঁহাঞিবৰুৱাৰ স্মৃতিত বঁটা প্ৰদান কৰিব বুলিও উল্লেখ কৰে। সংগঠনটোৱে এইবাৰ এই বঁটা ড° অৰবিন্দ ৰাজখোৱাক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd