• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধীক চাপত ৰখাৰ কৌশল! শশীকান্তকলৈ টনা-আজোৰা শাসক-বিৰোধীৰ

ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 20, 2021 2:51 pm
168
VIEWS
Share on FacebookShare on Twitter

শীত কালীন অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে উন্নয়নমূলক কামকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথাই এতিয়া বহু ৰহস্যৰ সৃষ্টি কৰিছে।

বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি আজিয়েই কংগ্ৰেছ এৰিব পাৰে বিধায়ক শশীকান্ত দাসে।

তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

হয়তো আজিয়েই তেওঁ গেৰুৱা সাজ পিন্ধিব পাৰে।

মুখ্য মন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদো লয় বিধায়ক গৰাকীয়ে।

 মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফুলাম গামোচাৰে আদৰাণি জনায় শশীকান্ত দাসক।

ইয়াৰ পাছতে এতিয়া শশীকান্ত দাসৰ বিজেপি গমনৰ বিষয় লৈ ব্যাপক চৰ্চা চলিছে। শশীকান্ত দাস এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল।

এতিয়া ৰূপজ্যোতি কূৰ্মী, সুশান্ত বৰগোহাঁইৰ পাছত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা তৃতীয়গৰাকী বিধায়ক হ’ব পাৰে শশীকান্ত দাস।

কিন্তু এই সন্দৰ্ভত চৰ্চা চলি আছে যদি বিধায়কগৰাকীয়ে এই সন্দৰ্ভত স্পষ্টকৈ মুখ খোলা নাই।

তেওঁ কয়” মই সমষ্টিটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলোঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামত বহুত সন্তুষ্ট সেয়েহে নিজৰ সমষ্টিটোৰ উন্নয়নৰ আশাত তেওঁক সাক্ষাৎ কৰো। মই বৰ্তমানো কংগ্ৰেছৰে বিধায়ক কিন্তু উন্নয়নমূলক কামত মই মুখ্যমন্ত্ৰীৰ সদায় সমৰ্থনত আছোঁ।”

মুঠৰ ওপৰত গেৰুৱা হোৱাৰ দিশত শশীকান্ত দাস।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd