• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো পত্নীসহ কৰ’নাত আক্ৰান্ত অভিনেতা জন আব্ৰাহাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2022 11:34 am
234
VIEWS
Share on FacebookShare on Twitter

বলীউদতো কৰ’নাৰ সংক্ৰমণ বিয়পিছে। এজনৰ পাছত আন এজন বলীউদ তাৰকা আক্ৰান্ত হৈছে কৰ’নাত। কৰিনা কাপুৰ, অমৃতা ৰাওকে ধৰি বহুকেইগৰাকী বলীউদ তাৰকা ইতিমধ্যে কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে।

সোমবাৰে পুৱাই কৰ’না পজিটিভ হোৱাৰ কথা সদৰী কৰে অভিনেতা জন আব্ৰাহামে। অভিনেতাগৰাকীয়ে লগতে তেওঁৰ পত্নী প্ৰিয়া ৰূঞ্চালৰো ৰিপ’ৰ্ট কোভিড-১৯ পজিটিভ অহা বুলি জানিব দিয়ে।

অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প’ষ্টত বিবৃতি দি কৰ’না আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে।

জনে জানিবলৈ দিয়া মতে তিনিদিন পূৰ্বে তেওঁ এজন লোকৰ সৈতে সাক্ষাৎ কৰিছিল। তাৰপাছত ব্যক্তিজনৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। সেয়ে, পত্নীসহ জনে কৰ’না টেষ্ট কৰাত তেওঁলোকৰো ৰিপ’ৰ্ট পজিটিভ আহে।

বৰ্তমান সপত্নীক জন আব্ৰাহাম আইছ’লেশ্যনত আছে। জনে লগতে জানিবলৈ দিয়ে যে তেওঁলোক দুয়োজনে কৰ’না ভেকচিনৰ দুয়োটা ড’জ লৈছে। তেওঁলোকৰ শৰীৰত কৰ’নাৰ সামান্য উপ সৰ্গ দেখা দিছে।

অভিনেতাগৰাকীয়ে সকলোকে সতৰ্ক হৈ থকাৰ লগতে মাস্ক পৰিধান কৰিবলৈকো পৰামৰ্শ দিছে।         

Recent News

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd