• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইচিচি- ৰ ২০২১ বৰ্ষৰ টেষ্ট দল ঘোষণা: দলত অন্তৰ্ভূক্ত তিনি ভাৰতীয় ক্ৰিকেটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2022 4:58 pm
ICC Men's Test Team of the Year 2021
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ বৰ্ষৰ এদিনীয়া আৰু টি-২০ দলত এজনো ভাৰতীয় ক্ৰিকেটাৰে স্থান লাভ কৰিবলৈ সক্ষম নহ’লেও টেষ্ট দলত স্থান লাভ কৰিছে বিশ্বৰ শীৰ্ষ স্থানৰ টেষ্ট দলটোৰ তিনিজন ক্ৰিকেটাৰে।

তিনি ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা, ঋষভ পন্ত আৰু ৰবিচন্দ্ৰন অশ্বিনক আইচিচি মেনচ্ টেষ্ট টীম অফ দা ইয়েৰত অন্তৰ্ভূক্ত কৰা হৈছে।

Apply Now

নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক ২০২১ চনৰ আইচিচি টেষ্ট দলৰ অধিনায় হিচাপে মনোনীত কৰা হৈছে। উইলিয়ামছনৰ নেতৃত্বতে নিউজিলেণ্ডে যোৱা বছৰ ভাৰতক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল।

তিনিজন ভাৰতীয়ৰ উপৰিও দলটোত নিউজিলেণ্ডৰ দুজন খেলুৱৈ, তিনিজন পাকিস্তানী খেলুৱৈ, এজন অষ্ট্ৰেলিয়ান, এজন শ্ৰীলংকা আৰু এজন ইংলেণ্ডৰ খেলুৱৈ আছে।

 

 

View this post on Instagram

 

A post shared by ICC (@icc)

ভাৰতীয় টেষ্ট দলৰ অপেনাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত ৰোহিত শৰ্মাই যোৱা বৰ্ষত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল। যোৱা কেলেণ্ডাৰ বৰ্ষত দুটা শতকৰ সৈতে ৪৭.৬৮ গড়ে ৯০৬ ৰাণ সংগ্ৰহ কৰিছিল ৰোহিতে। উল্লেখ্য যে বৰ্তমান ভাৰতীয় টেষ্ট দলৰ সহ-অধিনায়কৰ দায়িত্বত থকা ৰোহিত শৰ্মা শেহতীয়াকৈ কোহলীৰ পদত্যাগৰ পিছত ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে ঋষভ পন্তে তিনিওটা ফৰ্মেটতে ভাৰতৰ প্ৰথম পচন্দৰ উইকেটকিপাৰ-বেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। বিশেষকৈ টেষ্ট ক্ৰিকেটত পন্তে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। যোৱা বৰ্ষত পন্তে ৩৯.৩৬ গড়ে ১২ খন খেলত ৭৪৮ ৰাণ সংগ্ৰহ কৰিছিল। তদুপৰি উইকেটকিপাৰ হিচাপে ২৩ টা ইনিংছত ৩৯ টা উইকেট চিকাৰ কৰিছিল পন্তে।

আনহাতে নিখুঁত স্পিন যাদুৰে বেটছমেনৰ সন্মুখত প্ৰত্যাহ্বান দাঙি ধৰা তাৰকা অফ স্পিনাৰ অশ্বিনে ৯ খন খেলত ১৬.৬৪ গড়ে ৫৪ টা উইকেট দখল কৰি ভাৰতৰ টেষ্ট দলৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ লগতে চিজনটোত ২৫.৩৫ গড়ে ৩৫৫ ৰাণ সংগ্ৰহ কৰে।

২০২১ চনৰ আইচিচি পুৰুষ টেষ্ট দলঃ দিমুথ কৰুণাৰত্নে (শ্ৰীলংকা), ৰোহিত শৰ্মা (ভাৰত), কেন উইলিয়ামচন (অধিনায়ক, নিউজিলেণ্ড), মাৰ্নাছ লাবুচানে (অষ্ট্ৰেলিয়া), জো ৰুট (ইংলেণ্ড), ফাৱাদ আলম (পাকিস্তান), ঋষভ পন্ত, ৰবিচন্দ্ৰন অশ্বিন (ভাৰত), কাইল জেমিচন (নিউজিলেণ্ড), শ্বাহিন শ্বাহ আফ্ৰিদি আৰু হাছান আলী (পাকিস্তান)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd