• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃতদেহ সলনি; অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
January 25, 2022 9:46 am
WhatsApp Image 2022-01-25 at 8.02.54 AM

অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাল।

181
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতালৰ কৰ্মচাৰীৰ গাফিলতিৰ স্বৰূপ উদঙাই মৃতকৰ আত্মীয়ক আনৰ মৃতদেহ চমজাই দিয়াৰ ঘটনা সংঘটিত হৈছে।

অভিনাশ বৰা আৰু দীপজ্যোতি বৰাই শিৱসাগৰৰ শ্মশানত তেওঁলোকৰ তিনিমহীয়া কন্যা শিশুৰ শেষকৃত্য কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহে।

তেওঁলোকে দেখে যে তেওঁলোকক দিয়া শিশুটি কন্যা নহয়, ল’ৰাহে।

শিৱসাগৰৰ বাসিন্দা অভিনাশ বৰাই শিশুটিৰ মৃতদেহ হস্তান্তৰৰ সময়ত গাফিলতি কৰাৰ অভিযোগ তুলি এএমচিএইচ কৰ্তৃপক্ষৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক: নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা; ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ

অনুসন্ধান কৰি পোৱা গৈছে যে এএমচিইচত কোভিড-১৯ত মৃত্যু ঘটা ল’ৰা শিশুটি হৈছে চৰাইদেওৰ বাছিত আলীৰ।

‘’এএমচিএইচ কৰ্তৃপক্ষই শিশুটিৰ মৃতদেহ আমাক চমজাই দিছিল। আমি যেতিয়া মৃতদেহটো শেষকৃত্যৰ বাবে লৈ যাওঁ, আমি লক্ষ্য কৰো যে মৃতদেহটো আন কাৰোবাৰহে। এইটো এটা ল’ৰা শিশুহে, আমাৰ কন্যজনী নহয়,’’- মৃত কন্যা শিশুটিৰ পিতৃ অভিনাশ বৰাই কয়।

হাস্পাতাল কৰ্তৃপক্ষৰ এনে হেমাহিক লৈ দুয়োটা পৰিয়ালেই ক্ষোভ প্ৰকাশ কৰিছে।

এই ঘটনাই পুনৰ এবাৰ এএমচিএইচ কৰ্তৃপক্ষৰ হেমাহিৰ স্বৰূপ উদঙাই দিছে।

লগতে পঢ়ক:লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ; প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত

‘’আত্মীয়ক মৃতদেহটো চমজাই দিয়াৰ আগতে চিকিৎসা কৰ্তৃপক্ষই সঠিকভাৱে পৰীক্ষা কৰি চোৱা উচিত,’’-বৰাই কয়।

ইপিনে, এএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক সঞ্জীৱ কাকতিয়ে এই ঘটনা সন্দৰ্ভত এক তদন্ত চলোৱাৰ কথা জানিবলৈ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd