• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বঙাইগাঁও জিলা বিজেপিৰ সাংগঠনিক সভা, আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 30, 2022 2:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষ এখন সাংস্কৃতিক ৰাষ্ট্ৰবাদ , পৰম বৈভৱশালী ৰাষ্ট্ৰ । অসমকো এখন পৰম বৈভৱশালী লগতে অধিক শক্তিশালী ৰাজ্য হিচাপে গঢ়া আমাৰ দায়িত্ব ।

এই ভাষ্য ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । শুকুৰবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ এখন সাংগঠনিক সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিজৰ ভাষণত এইদৰে কয় ৷ জিলা বিজেপিৰ সভাপতি হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত জিলা বিজেপিৰ সাংগঠনিক সভাখনত দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জিলাখনৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উপস্থিত সকলোকে আত্মনিয়োগ কৰাৰ বাবে আহবান জনায় ৷

Apply Now

সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা বজালী জিলাৰ সহ-প্ৰভাৰী বেনুধৰ নাথ, বঙাইগাঁও জিলাৰ প্ৰভাৰী ব্ৰজ কুমাৰ দাসৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল,মণ্ডলৰ সভাপতি-সভানেত্ৰীসকল, সাধাৰণ সম্পাদক-সাধাৰণ সম্পাদিকাসকল, জিলা মৰ্চাৰ সভাপতি-সভানেত্ৰী সকল,জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য-সদস্যা সকল, জিলাৰ অন্তৰ্গত মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য- সদস্যা সকল, জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পৰিষদীয় সদস্য- সদস্যা, ৰাজ্যিক পৰিষদীয় সদস্য-সদস্যা সকল, জিলাৰ নিকায়, নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ সকল, জিলা পৰিষদ সদস্য-সদস্যা, পঞ্চায়ত সভাপতি- সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য- সদস্যা সকল উপস্থিত থাকে ৷

ইপিনে সভাৰ শেষত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে বিশেষ কাৰ্যসূচীলৈ বজালী, বৰপেটা জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰিছিলো ৷ সংগঠনক অধিক শক্তিশালী কৰাৰ ওপৰত আৰু আগন্তুক যি পৌৰসভা নিৰ্বাচন আহি আছে, এই পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ নিমিত্তে এই তিনিখন জিলাত সংগঠনিক সভা অনুষ্ঠিত হৈছিল আৰু শেষৰখন সভা বঙাইগাঁৱত জিলা বিপেজি কাৰ্যালয়ত অনুষ্ঠিত হৈ গ’ল ৷

সকলো স্তৰৰ কাৰ্যকৰ্তা তথা বিষয়ববীয়াসকলৰ উপস্থিতিত এই সভা অনুষ্ঠিত কৰা হৈছিল বুলি কয় ৷ লগতে আগন্তুক যি পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেই পৌৰসভা নিৰ্বাচনৰ কাৰণে বিজেপি দল এশ শতাংশ প্ৰস্তুত আৰু বঙাইগাঁও জিলা সমিতিও প্ৰস্তুত আৰু তাৰ নিমিত্তে সভাখন অনুষ্ঠিত কৰা হৈছিল বুলি কয়৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd