• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসুবিধাত পৰিছে? আৰক্ষীক ফোন কৰিবলৈ মুকলি কৰা হ’ল দুটাকৈ নম্বৰ

চুপাৰী চিণ্ডিকেটক কঠোৰ সকিয়নী মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
January 31, 2022 9:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰ আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ ক্ৰমে—
6026901246 আৰু 6026901247।

এই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নাগৰিকসকলে যিকোনো অসুবিধাত পৰিলে আৰক্ষীৰ সহায় ল’ব পাৰিব ।

তদুপৰি কিবা অভিযোগ থাকিলেও অভিযোগ দিব পাৰিব। উক্ত ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ’ব ।

এই দুয়োটা নম্বৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব ।

মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে ঘোষণা কৰিলে এই কথা।

চুপাৰী চিণ্ডিকেট সন্দৰ্ভতো মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

ৰাজ্যত ক্ৰমাত বৃদ্ধি হৈছে চুপাৰি চিণ্ডিকেট।

ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসমত প্ৰৱেশ কৰে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই চিণ্ডিকেট বন্ধৰ বাবে কাম কৰি আছে অসম আৰক্ষীয়ে।

ক্ৰাইম ব্ৰাঞ্চৰ দ্বাৰা চলোৱা হৈছিল এই চিণ্ডিকেট বিৰোধী অভিযান।

খবৰ পোৱা গৈছে কিছু আৰক্ষী বিষয়াও এই চিণ্ডিকেটত জড়িত আছে

কাছাৰ,কৰিমগঞ্জৰ পৰা ১০ জন আৰক্ষী বিষয়াক গুৱাহাটীলৈ তলব কৰা হৈছে।ইয়াত ঢলাই,ৰংগীৰশাৰী, তাৰাপুৰ আদি থানাৰ বিষয়া আছে।
তেওঁলোকৰ সৈতে বিষয়টোৰ ওপৰত পৰ্যলোচনা কৰিব শীৰ্ষ আৰক্ষী বিষয়াই। যাতে কোন কোন বিষয়া জড়িত আছে সেয়া স্পষ্ট হয়।

চৰকাৰী যিকোনো বিষয়া জড়িত থাকিলেও এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

গুৱাহাটীৰ গীতানগৰত গ্ৰেপ্তাৰ কৰা হৈছে বিদ্যুৎ সিনহা নামৰ এজন লোক।তেওঁ লাহে লাহে এই চিণ্ডিকেটত জড়িত হৈ পৰিছিল।

এই সংক্ৰান্তত 1/22 নম্বৰত IPC 120B/379/411/465/468/471 ধাৰাত ৰুজু হৈছে এটা গোচৰ।

তেওঁ কয় যে অসমত কোনেও ছিণ্ডিকেট কৰিব নোৱাৰিব ।

কোনো ধৰণৰ অপৰাধ মানি লোৱা নহ’ব বুলিও তেওঁ সকিয়াই দিয়ে।

মেঘদূত ভৱনত সংঘটিত চুৰি কাণ্ডৰ মূল অভিযুক্তক চিনাক্ত কৰা হৈছে

দুটামান বাকচৰ কিছু সামগ্ৰী নোহোৱা হৈছে বুলি কোৱা হৈছে

কিন্তু কি বস্তু নোহোৱা হৈছে সেই বিষয়ে এতিয়াও আৰক্ষীক জনোৱা নাই মেঘদূত ভৱনৰ তৰফৰপৰা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষী থানাসমূহলৈ বিশেষ সকাহ

সমগ্ৰ অসমৰ ৩৩০ খন থানাৰ OC সকললৈ প্ৰেৰণ কৰা হ’ব একোখনকৈ নতুন বলেৰ’

ইতিমধ্যে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে শতাধিক নতুন বলেৰ” বাহন

IPL জুৱা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান।

তিনিজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান।

বৰ্তমান পলাতক অৱস্থাত আছে তিনিও অভিযুক্ত ইয়াৰে এজন ৰাজস্থান,এজন অভিযুক্ত দক্ষিণ ভাৰতত থকাৰ সম্ভেদ পাইছে আৰক্ষীয়ে।

শীঘ্ৰে এই তিনিওজন অভিযুক্তক কৰায়ত্ত কৰা হ’ব বুলি মন্তব্য আৰক্ষী আয়ুক্ত হৰমীত সিঙৰ ।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd