• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত প্ৰথমবাৰৰ বাবে কোভিড ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হ’ব নাকৰ স্প্ৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 9, 2022 4:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিমাৰী কোভিডৰ বিৰুদ্ধে ভাৰতে যুঁজ অব্যাহত ৰাখিছে। ইতিমধ্যে কোনো নিৰ্দিষ্ট জৰৱ নথকা কোভিডৰ চিকিৎসাত ভাৰত চৰকাৰে কেইবাবিধো দৰৱ ব্যৱহাৰ কৰিছে। শেহতীয়াকৈ ভাৰতত প্ৰথমবাৰৰ বাবে নাজাল স্প্ৰেৰ জৰিয়তে কভিড প্ৰতিহত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সেইমৰ্মে মুম্বাই স্থিত আন্তঃৰাষ্ট্ৰীয় ফাৰ্মা কোম্পানী গ্লেনমাৰ্কে কোভিডত আক্ৰান্ত প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসাৰ বাবে চানোটাইজ নামৰ কোম্পানীটোৰ সৈতে মিলি ভাৰতত নাইট্ৰিক অক্সাইড নাজাল স্প্ৰে (ফেবিস্প্ৰে) মুকলি কৰিছে। এই স্প্ৰে বিধ নাকত ব্যৱহাৰ কৰা হ’ব।

ভাৰতৰ ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেলে এই দৰৱ বিধৰ প্ৰয়োগত অনুমোদন জনাইছে। ফলত শীঘ্ৰেই ভাৰতৰ বজাৰত উপলব্ধ হ’ব এই স্প্ৰে বিধ।

স্প্ৰে বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত কোভিড আক্ৰান্ত লোকৰ ক্ষেত্ৰত ২৪ ঘণ্টাত ৯৪ শতাংশ আৰু ৪৮ ঘণ্টাত ৯৯ শতাংশ ভাইৰেল লোড হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল।

নাইট্ৰিক অক্সাইড নাকৰ স্প্ৰে ৰোগীৰ ক্ষেত্ৰত সুৰক্ষিত আৰু ইয়াক ৰোগীয়ে ভালদৰে সহ্য কৰিব পৰা বিধৰ বুলি প্ৰকাশ কৰিছে গ্লেনমাৰ্কে ।

কোম্পানীটোৱে দাবী কৰে যে যেতিয়া নাইট্ৰিক অক্সাইড স্প্ৰে নাকৰ শ্লেষ্মাৰ ওপৰত স্প্ৰে কৰা হয় ই ভাইৰাছৰ বিৰুদ্ধে এক ৰাসায়নিক বাধা হিচাপে কাম কৰে। ফলত ক’ৰ’না ভাইৰাছ হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে।

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া ৰবাৰ্ট ক্ৰোকাৰ্টে কয় যে ‘আমি নিশ্চিত যে ই ৰোগীসকলক যথেষ্ট পৰিমাণে সকাহ দিব পাৰিব’। ভাৰতে কোভিডৰ বিৰুদ্ধে দি অহা যুঁজ খনত ই এক অস্ত্ৰ হিচাবে পৰিগণিত হ’ব বুলি তেওঁ মন্তব্য কৰে।

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ক্লিনিকেল ডেভেলপমেণ্টৰ মুৰব্বী ড. মনিকা টণ্ডনে কয় যে দৰৱ বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত যথেষ্ট আশাব্যঞ্জক ফলাফল লাভ কৰা হৈছে। সেয়ে এই দৰৱে কোভিড আক্ৰান্তসকলক বহু পৰিমাণে সকাহ দিব পাৰিব বুলি আশা কৰা হৈছে।

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd