• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধভূমি ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত কামৰূপ বংশৰৰ ছাত্ৰী দীপশিখা দাস

মৃদুল প্ৰীতম ডেকা,হাজো by মৃদুল প্ৰীতম ডেকা,হাজো
March 3, 2022 1:56 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত গুলী,বাৰুদ, বোমাৰ মাজতে আতংকময় জীৱন অতিবাহিত কৰা বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে এতিয়া স্বদেশলৈ উভতি অহাৰ সুযোগ পাইছে।

ভাৰত চৰকাৰে গ্ৰহণ কৰা অপাৰেছন গংগাৰ অধীনত এতিয়ালৈকে তিনিহাজাৰৰো অধিক ভাৰতীয় লোকক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা সুকলমে ভাৰতীয় ঘূৰাই আনিব পৰা গৈছে। যুদ্ধৰ ভয়াৱহ স্মৃতি বুকুত বান্ধি শেহতীয়াকৈ স্বগৃহত আহি উপস্থিত হৈছে।

কামৰূপৰ বংশৰৰ ছাত্ৰী দীপশিখা দাস। দীপশিখাই ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিছতে ভাৰতে আৰম্ভ কৰা অপাৰেচন গংগাৰ জৰিয়তে যুদ্ধ জর্জৰ ইউক্ৰেইনৰ পৰা সুকলমে ঘৰ পালেহি দীপশিখাই।

স্বগৃহত উপস্থিত হৈয়েই ইউক্ৰেইনৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে দীপশিখাই।

ছাত্ৰীগৰাকীক সুকলমে ঘৰলৈ অহাত সুবিধা কৰি দিয়াৰ বাবে দীপশিখাৰ পৰিয়ালে ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

দীপশিখাই প্ৰকাশ কৰা মতে পৰিবেশ স্বাভাৱিক হলেই তেওঁ আকৌ ইউক্ৰেইনলৈ অধ্যয়নৰ বাবে উভতি যাব।

Recent News

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd