• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় দেশখনত ফেচবুক-টুইটাৰ নিষিদ্ধ কৰিলে ৰাছিয়াই? ‘মেটা’ৰ কি প্রতিক্রিয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2022 10:05 am
WhatsApp Image 2022-03-05 at 12.52.33 PM
156
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ চৰকাৰে দেশখনত ফেচবুক আৰু টুইটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।ৰাছিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থা ৰস্কোমনাজে এইকথা জানিবলৈ দিছে। কিন্তু কিয় এই সিদ্ধান্ত ল’লে মস্কো প্ৰশাসনে?

বিগত সপ্তাহত ইউৰোপীয় ইউনিয়ন তথা ব্ৰিটেইনত ৰাছিয়াৰ একাধিক সংবাদ মাধ্যমৰ পেজসমূহ ফেচবুক আৰু ইনষ্টাগ্ৰামে অঁতৰাই দিছিল।

বিষয়টো ৰস্কমনাজৰ দৃষ্টিলৈ অহাৰ পিছতে ফেচবুকৰ ওপৰত প্ৰতিশোধ ল’বলৈকে ৰাছিয়াৰ চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি বিভিন্ন সংবা মাধ্যমত চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক: ‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

তদুপৰি, শুকুৰবাৰে ৰাছিয়াৰ চৰকাৰে যুদ্ধ সম্পৰ্কীয় ভুৱা খবৰ বিয়পোৱাক অপৰাধ হিচাপে গণ্য কৰাৰ এখন বিধেয়ক গৃহীত কৰে। ইয়াৰ আওতাতে ফেচবুক আৰু টুইটাৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা বুলি কোৱা হৈছে।

ৰস্কোমনাজৰ এটা বিবৃতিত কোৱা হৈছে,’’২০২০চনৰ অক্টোবৰ মাহৰ পৰাই ফেচবুকে ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে বৈষম্যমূলক আচৰণ কৰিছে।তদুপৰি, ৰাছিয়া-টুডেৰ দৰে প্ৰসিদ্ধ বিভিন্ন সংবাদ মাধ্যমৰ পেজসমূহ ফেচবুকৰ পৰা অঁতৰাই দিয়া হৈছে।‘’

যোৱা সপ্তাহত ৰাছিয়াই অভিযোগ কৰিছিল যে ফেচবুকে ৰাছিয়াৰ নাগৰিকসকলৰ অধিকাৰ তথা স্বাধীনতা খৰ্ব কৰিছে।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

ইপিনে, এই সন্দৰ্ভত ‘মেটা’ৰ বৈদেশিক বিষয়ক শীৰ্ষ বিষয়া নিক ক্লেগে কয় যে এনে পদক্ষেপৰ দ্বাৰা ৰাছিয়াৰ সাধাৰণ নাগৰিকসকলক নিৰ্ভৰযোগ্য আৰু সঠিক তথ্য লাভৰ পৰা ৰাছিয়াৰ চৰকাৰে বঞ্চিত কৰিলে। জনসাধাৰণৰ কণ্ঠৰোধ কৰা বুলিও দাবী কৰে বিষয়াগৰাকীয়ে।       

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd