• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মই লুকাই থকা নাই’: সামাজিক মাধ্যমত নিজৰ অৱস্থান শ্বেয়াৰ জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2022 11:19 am
Russia-Ukraine war
203
VIEWS
Share on FacebookShare on Twitter

দেশ এৰি পলাই যোৱা বুলি চলা প্ৰচাৰৰ পাছতে সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ইনষ্টাগ্ৰামৰ এটা পোষ্টৰ যোগেদি নিজৰ অৱস্থান শ্বেয়াৰ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

এটা ভিডিঅ’ যোগে আত্মপ্ৰকাশ কৰি জেলেনস্কিয়ে কয় যে তেওঁ লুকাই থকা নাই আৰু তেওঁ কাকো ভয় নকৰে।

পোষ্টটোত তেওঁ লিখে, “মই কিয়েভৰ বাঙ্কোভা ষ্ট্ৰীটত আছো। মই লুকাই থকা নাই। আৰু মই কাকো ভয় নকৰোঁ। আমাৰ এই দেশপ্ৰেমমূলক যুদ্ধত জয়লাভ কৰিম।”

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ ঘোষণা কৰাৰ পিছত শেহতীয়াকৈ জেলেনস্কি তিনিবাৰকৈ শত্ৰুৰ দ্বাৰা হত্যাৰ প্ৰচেষ্টাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ পাইছিল।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভিডিঅ’টোত কয়, “আজি আমাৰ সংগ্ৰামৰ ১২ তম নিশা। আমি সকলো দেশৰ মাটিত আছো। আমি সকলোৱে কাম কৰি আছো। মই কিয়েভত আছো, মোৰ দল মোৰ সৈতে আছে।”

 

 

View this post on Instagram

 

A post shared by Володимир Зеленський (@zelenskiy_official)

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ সেৱাৰ বাবে তেওঁলোকক জেলেনস্কিয়ে ধন্যবাদ জনায়। লগতে এই যুদ্ধত ইউক্ৰেইন বিজয়ী হ’ব বুলি তেওঁ পুনৰ দোহাৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দেশ এৰি পোলেণ্ডলৈ পলায়ন কৰিছে বুলি প্ৰচাৰ চলাইছিল। ইয়াৰ পাছতে জেলেনস্কিয়ে এইদৰে আত্মপ্ৰকাশ কৰি ৰাছিয়াৰ দাবী মিছা প্ৰতিপন্ন কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd