• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষিদ্ধ সংগঠন কে ৱাই কে এলৰ দুগৰাকী সদস্যাক গ্ৰপ্তাৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 4, 2017 5:21 pm
130
VIEWS
Share on FacebookShare on Twitter

কে ৱাই কে এল (Kanglei Yawol Kanba Lup) নামৰ মণিপুৰৰ নিষিদ্ধঘোষিত উগ্ৰপন্থী গোটটোৰ দুগৰাকী মহিলা সদস্যক যোৱা ২ ডিচেম্বৰত এক অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ এটা দলে আবেলি প্ৰায় ৩.৪৫ বজাত টেংনৌপালত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা সময়ত কে ৱাই কে এলৰ সদস্যা দুগৰাকী ম’ৰেৰ পৰা ইম্ফললৈ এখন যাত্ৰীবাহী গাড়ীৰে গৈ আছিল। আৰক্ষীৰ সূত্ৰই এই কথা কয়। আৰক্ষীৰ সূত্ৰটোৱে আৰু লগতে কয় যে এই সম্পৰ্কত অধিক তদন্ত চলি আছে। উল্লেখযোগ্য যে কে ৱাই কে এল হ’ল এটা মেইতেই বিদ্ৰোহী গোট আৰু এইটো ১৯৯৪ চনত গঠন কৰা হৈছিল।

Recent News

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd