• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইমৰাণ খানৰ স্থানত পাকিস্তানত প্ৰধানমন্ত্ৰীৰ আসনত বহিবলগীয়া কোন এইগৰাকী শ্বাহবাজ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2022 9:23 am
পাকিস্তানৰ পৰৱৰ্তী সম্ভাৱ্য প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰিফ।

পাকিস্তানৰ পৰৱৰ্তী সম্ভাৱ্য প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰিফ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজনিশা আস্থা ভোটত পৰাজিত হৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হয় ইমৰাণ খান। ইমৰাণ চৰকাৰৰ পতনৰ পিছতে অধ্যক্ষৰ দায়িত্ব চম্ভালা আয়াজ ছাদিকে প্ৰধান বিৰোধী নেতা শ্বাহবাজ শ্বৰিফক অভিনন্দন জনায়। এতিয়া এই শ্বাহবাজ শ্বৰিফেই দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদত বহাটো প্ৰায় নিশ্চিত হৈছে।

পূৰ্বৰে পৰা ইমৰাণৰ পিছত শ্বাহবাজেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা লাভ কৰিছিল। তেওঁৰ সম্পূৰ্ণ নাম হৈছে মিয়া মহম্মদ শ্বাহবাজ শ্বৰিফ।

অনাস্থা ভোটত ইমাৰণক ক্ষমতাচ্যুত কৰাৰ পিছত শ্বাহবাজক তেওঁৰ বক্তৱ্য দাঙি ধৰিবলৈ দিয়া হয়। নেশ্যনেল এছেম্বলিত শ্বাহবাজে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰে। পাকিস্তানৰ জনসাধাৰণৰ ইচ্ছানুসৰিয়েই এই পৰিস্থিতি আহি পৰিছে।

Apply Now

লগতে পঢ়ক: মাজনিশা আস্থাভোটত ক্ষমতা হেৰুৱাই অপসাৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

প্ৰধানমন্ত্ৰীৰ আসনত বহিবলগীয়া শ্বাহবাজে লগতে পাকিস্তানলৈ ভাল দিন ঘুৰি আহিছে বুলিও মন্তব্য কৰে।

পাকিস্তানৰ ৰাজনীতিত বিৰোধী দলনেতাৰ ভূমিকা পালন কৰি প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হোৱা শ্বাহবাজ শ্বৰিফ দৰাচলতে কোন?

তেওঁ হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা মুছলীম লীগৰ নেতা নৱাজ শ্বৰিফৰ নিজৰ ভাতৃ। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বাহবাজে। সেয়াই নহয়, তেওঁ পঞ্জাৱ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল। তিনিবাৰকৈ তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰিফে দেশ ত্যাগ কৰাৰ পিছত পাকিস্তান মুছলীম লীগৰ সভাপতি পদত অধিষ্ঠিত হয় শ্বাহবাজ। নিজৰ ভতিজী মৰিয়ম শ্বৰিফক লগতলৈ শ্বাহবাজে দলটোক নেতৃত্ব দি আহিছে।

শ্বাহবাজ শ্বৰিফ।

শ্বাহবাজ শ্বৰিফ ২০১৮ চনৰ ১৩ আগষ্টত পাকিস্তানৰ নেশ্যনেল এছেম্বলিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। এই শ্বাহবাজ শ্বৰিফেই এতিয়া পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি চৰ্চিত হৈছে।

অহা ১২ এপ্ৰিলত পুনৰ নেশ্যনেল এছেম্বলিৰ অধিৱেশন অনুষ্ঠিত হ’ব। তাতেই নতুন প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ দাবী যে বিৰোধীসকলে শ্বাহবাজক প্ৰধানমন্ত্ৰী হিচাপে সন্মুখত ৰাখিয়েই ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। গতিকে ইমৰাণৰ বিদায়ৰ পিছত শ্বাহবাজেই দেশখনৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd