• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলাব পাৰে; সাধাৰণ জনতাই নোৱাৰে! কিয় এনে নিয়ম?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 17, 2022 8:48 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহিছে আহিছে… মন্ত্ৰী আহিছে…. হেলমেট নিপিন্ধাকৈ…. বুলেটো চলাইছে…. প্ৰচাৰো কৰিছে…. পিছে যান-বাহন আইন ক’ত?
ৰাজ্য চৰকাৰৰ এগৰাকী সন্মানীয় পদত থকা মন্ত্ৰী অতুল বৰা। বুলেটত উঠি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত অতুল বৰা। পিছে যান-বাহন আইনৰ চুড়ান্ত উলংঘন মন্ত্ৰী অতুল বৰাৰ।

বিহুৰ বতৰত ডিঙিত গামোচাখন ল’লে ঠিকেই… পিছে মূৰতহে হেলমেট নাই। কথাষাৰলৈ মন কৰক কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস ডাঙৰীয়া।

Apply Now

আপুনি নিজে ৰাজপথত নামি সাধাৰণ যান-বাহন আৰোহীক যান-বাহন আইন উলংঘন নকৰিবলৈ বা পথ সুৰক্ষাৰ স্বাৰ্থত প্ৰচাৰ চলাইছিল।

আনকি বিহুৰ বতৰতো যান-বাহন আইন মানি চলিবলৈ বিহুতলিত আপুনি নিজেই উপস্থিত থাকি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছিল।

বৰ্তমানলৈকে ২৫২.৫৯ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে
কিন্তু প্ৰশ্ন হৈছে “সাধাৰণ জনতাৰ বাবেহে যান-বাহন আইন নেকি? মন্ত্ৰী-বিধায়ক এই আইনৰ আওতাত নপৰে নেকি? পথ সুৰক্ষা মন্ত্ৰী-বিধায়কৰ বাবে নাই নেকি? হেলমেট পৰিধান নকৰাৰ বাবে মন্ত্ৰী অতুল বৰাই সাধাৰণ জনতাৰ দৰে ১০০০ টকাৰ জৰিমনা ভৰিব নে?

নে মন্ত্ৰী অতুল বৰাক পৰিবহন বিভাগৰ জৰিমণা বিহিবলৈ সাহস হ’ব?

ইয়াক লৈ ছ’চিয়েল মেডিয়াতো জোৱাৰ উঠা পৰিলক্ষিত হৈছে।
নাজিৰ আহমেদে লিখিছে “এওঁলোকে হেলমেট নিপিন্ধিলে জৰিমনা নহয় নেকি? নে চুলিখিনি কিম জং উনৰ নিচিনা হোৱাৰ বাবেই সকলো মাফ নেকি?”

ঠিক সেইদৰে চাহিদ চান অসমে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰি লিখিছে “ৰঙা ৰঙৰ চুলিৰে বাৰে বাৰে টিভিৰ আগত অহা, নিজৰ কাৰ্য্যালয়ৰ দালাল চাফা কৰিব নোৱাৰা ৰাজপথত সাধাৰণ লোকক হাৰাশাস্তি কৰা চেলিব্ৰেটি পৰিবহণ বিষয়া জনে চকুৰে দেখা নাই নে বন্ধ কৰিবলৈ সাহস নাই । মন্ত্ৰী হলে কিদাল হল, মন্ত্ৰী হলে আইন নাই নেকি ???

ASSAM নামৰ ফেচবুক পেইজ এটাত লিখিছে এইদৰে “মাননীয় মন্ত্ৰী ডাঙৰীয়া মিছন ছাৰখাৰত নপৰে নেকি নে মন্ত্ৰী বিধায়কৰ বাবে বেলেগ কিবা সুবিধা আছে?

চাণক্য বৰুৱাই লিখিছে এইদৰে ফাইনটো কোনে কাটিব এতিয়া? ফাইন কোনে দিব? বৰ বৰ কথা কোৱা মানুহে এনেকুৱা কৰিলে বেলেগে কৰিবলগীয়া একো নাথাকে৷ কিন্তু ক’বলগীয়া বহুত থাকে৷ ফেচবুকত পোষ্ট দি, সমালোচনা কৰি একো লাভ নাই বুলি জানো। বৰঞ্চ মন্ত্ৰীক সমালোচনা কৰাৰ বাবে সমালোচকহে আইনৰ মেৰপাকত পৰাৰ সম্ভাৱনা ৷ লগতে লেমটোবোৰৰ মহৎ বাণী শুনিবলৈ আছেই । যি মন যায় তাকেই কৰে যে কিয় মন্ত্ৰী, বিধায়কে?

মুঠৰ ওপৰত, ৰজাই কৰিলে লীলা, সাধাৰণ জনতাই কৰিলে ধৰি-বান্ধি কিলা।

আইন সকলোৰে বাবে সমান নহয় কিয়? এই প্ৰশ্নৰ উত্তৰ যুগ-যুগান্তৰৰ পৰা বিচাৰি আহিছে যদিও বাৰে বাৰে ৰজা-মহাৰজাই আইন ভংগ কৰিলেও কোনোদিন জৰিমনাৰ সন্মুখীন হোৱা নাই। তাৰ বিপৰীতে আইন উলংঘন কৰি বিপদৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd