• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিটাকৈ সন্তান জন্ম দিয়ক, দুটা নিজৰ লগত ৰাখক, দুটা উৎসৰ্গা কৰক দেশৰ নামত: সাধ্বী ৰীতাম্বৰা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 18, 2022 8:37 pm
256
VIEWS
Share on FacebookShare on Twitter

দেশৰ হিন্দু পৰিয়ালসমূহে এতিয়া পূৰ্বৰ ‘হাম দো হামাৰে দো’ নীতি ত্যাগ কৰিবৰ হ’ল। ইয়াৰ পৰিৱৰ্তে হিন্দু দম্পতীসকলে চাৰিটাকৈ সন্তান জন্ম দিয়ক। এই আহ্বান জনাইছে কঠোৰপন্থী হিন্দুত্ববাদী নেত্ৰী সাধ্বী ৰীতাম্বৰাই।

কানপুৰৰ এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি সাধ্বী ৰীতাম্বৰাই এনেদৰে মন্তব্য কৰে।

তেওঁ কয় যে ভাৰতক এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট হিচাবে গঢ় দিয়াৰ স্বাৰ্থতে দেশৰ হিন্দু দম্পতিসকলক চাৰিটাকৈ সন্তান জন্ম দিব লাগিব।

হিন্দুত্ববাদী নেত্ৰীগৰাকীয়ে চাৰিটা সন্তানৰ মাজৰে দুটা সন্তানক দেশৰ বাবে উৎসৰ্গা কৰিবলৈও আহ্বান জনাইছে ।
এনে কৰিব পাৰিলেই ভাৰত শীঘ্ৰেই “হিন্দু ৰাষ্ট্ৰ” হৈ পৰিব বুলি নেত্ৰীগৰাকীয়ে কয়। জাহাংগীৰপুৰীত শনিবাৰে সংঘটিত সাম্প্ৰদায়িক হিংসাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিসকলে হনুমান জয়ন্তীৰ শোভাযাত্ৰাত আক্ৰমণ কৰিছে তেওঁলোকে দেশৰ প্ৰগতি দেখি প্ৰতি ঈৰ্ষান্বিত হোৱা বুলি সাধ্বী ৰীতাম্বৰাই মন্তব্য কৰে।

কানপুৰৰ নিৰালা নগৰত ৰাম মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাধ্বী ৰীতাম্বৰাই কয় ‘হিন্দু মহিলাসকলে “হম দো, হামাৰে দো” নীতি অনুসৰণ কৰি আহিছে। কিন্তু সকলো হিন্দু দম্পতীয়ে চাৰিটাকৈ সন্তান জন্ম দিয়ক। ইয়াৰে ভিতৰত দুটা দেশৰ বাবে উৎসৰ্গিত কৰা উচিত, আনহাতে বাকী দুটা পৰিয়ালৰ বাবে হ’ব’।

তেওঁ লগতে কয়, “সোনকালেই ভাৰত এখন হিন্দু ৰাষ্ট্ৰত পৰিণত হ’ব।” তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানক আৰ এছ এছৰ সৈতে জৰিত কৰিবলৈও আহ্বান জনায়।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd