• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

কমনৱেল্‌থ গেমছত স্বৰ্ণ পদক জয়ী মেৰী কমলৈ টুইটাৰযোগে অভিনন্দন ৰাষ্ট্ৰনেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2018 12:27 pm
Mary-Kom-CWG-2-570x320

বক্সাৰ মেৰী কমৰ ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে  গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেমছ-২০১৮ৰ দশম দিনা অনুষ্ঠিত হোৱা ৪৫-৪৮ কে: জিৰ মহিলা শাখাত ৫ বাৰৰ অপেছাদাৰী বক্সিং চেম্পিয়ন মেৰী কমলৈ স্বৰ্ণ পদক জয় কৰাৰ পাছত অভিনন্দনৰ সোঁত ব‘বলৈ আৰম্ভ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আছিল তেওঁক অভিনন্দন জনোৱাসকলৰ মাজত অন্যতম। গল্ড ক‘ষ্ট-২০১৮ত  স্বৰ্ণপদক জয় কৰি দেশক গৌৰৱান্বিত কৰা বাবে মেৰী কমক মণিপুৰ আৰু ভাৰতৰেই তাৰকা হিচাপে অভিহিত কৰি ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ টুইটাৰ মেছেজৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে।

Apply Now

ড‘নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও মেৰী কমক অভিনন্দন জনাই টুইট কৰিছে যে গল্ড ক‘ষ্ট-২০১৮ত  স্বৰ্ণপদক জয় কৰি দেশক তেওঁ আকৌ গৌৰৱান্বিত কৰিছে।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰে, যি নিজেও এগৰাকী অলিম্পিক শ্বুটাৰ আছিল টুইটাৰযোগে প্ৰথমবাৰতেই গল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ ৪৫-৪৮ কেজিৰ মহিলা শাখাত স্বৰ্ণ পদক আজুৰি অনাৰ বাবে মেৰিকমক অভিনন্দন জানাইছে।

কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলেও কমনৱেল্‌থ গেমছ-২০১৮ৰ ৪৫-৪৮ কে: জিৰ মহিলা শাখাত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰিকমক অভিনন্দন জনাইছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙেও প্ৰথমবাৰতেই গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ ৪৫-৪৮ কেঃ জিৰ মহিলা শাখাৰ স্বৰ্ণ পদক আঁজুৰি অনাৰ বাবে মেৰী কমক টুইটাৰযোগে অভিনন্দন জানাইছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্বৰ্ণ পদক লাভ কৰা মেৰী কমক অভিনন্দন জানাইছে। বিহু আৰু নৱবৰ্ষত ইয়াতকৈ অধিক ডাঙৰ পুৰস্কাৰ হ‘ব নোৱাৰে বুলি তেওঁ টুইট কৰিছে।

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱেও গ’ল্ড কষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ মহিলা শাখাত স্বৰ্ণ স্বৰ্ণ পদক লাভ কৰি দেশক আকৌ গৌৰৱান্বিত কৰা মেৰী কমক অভিনন্দন জানাইছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ো গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেমছ-২০১৮ৰ মহিলা শাখাত স্বৰ্ণ স্বৰ্ণ পদক আঁজুৰি আনি তেওঁ সাফল্যৰে সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্য সমূহৰ লগতে সমগ্ৰ দেশক গৌৰৱান্বিত বাবে কৰা মেৰী কমক টুইটাৰযোগে অভিনন্দন জানাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd