• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহ্য আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত গৰু বিহু উদযাপন : গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা মাজুলীবাসীৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 14, 2018 2:45 pm
GaruBihu_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গৰু বিহু। চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ আজিৰ পুৱাৰ পৰাই অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটো আৰম্ভ হয়। সমগ্ৰ অসমৰ লগতে মাজুলীৰো গাৱেঁ গাৱেঁ গৃহস্থই কাহিলি পুৱাতে উঠি প্ৰথমে গোহালিৰ গৰুবোৰ মন কৰে। জনবিশ্বাস মতে, এই সময়খিনিত গোহালিত গৰু থিয় হৈ থাকিলে আগন্তুক বাৰিষাত বানপানী হোৱাৰ সম্ভাৱনা বেছি। যদিহে গৰুবোৰ শুই থাকে তেতিয়া বানপানী নহয় বুলি বিশ্বাস কৰে।

তাৰ পাছতে গৰুৰ গা ধুৱাবলৈ অপৈণত বাঁহেৰে এক, দুই, তিনি, চাৰি ফেৰেঙনীয়াকৈ চাট সাজি তাত চকল চকলকৈ কটা লাও, বেঙেনা, কেৰেলা, তিঁয়হ, বৰথেকেৰা, হালধি কাটি সী লয়। এখন চালনীত এখিলা আগলি কলাপাত পাৰি তাতে গৰু গা ধুৱাবলৈ লোৱা সামগ্ৰীসমূহ লৈ গৰুৰ গালৈ সেই সমূহ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধিৰ কামনা কৰে।

Apply Now

উল্লেখযোগ্য যে চাটত সী লোৱা প্ৰতিটো বস্তুৰে তাৎপৰ্য আছে। গৰুৰ গালৈ লাও মৰা হয় গৰুটো ওখ আৰু ডাঙৰ হবলৈ, বেঙেনা মাৰে পূৰঠ হ’বলৈ, তিঁয়হ মাৰে জালি যেন হ’বলৈ, হালধি মাৰে বংশবৃদ্ধি আৰু নিৰোগী হ’বলৈ, বৰথেকেৰা মাৰে গৰুৰ দেহটো আটিয়াল আৰু শক্তিশালী হ’বলৈ। অসমীয়া সমাজত গৰুক ধৰিত্ৰীৰ উৰ্বৰা শক্তিৰ কৰ্ষণৰ বাহক হিচাপে গণ্য কৰা হয়। সেয়ে গৰু বিহুৰ দিনা গৰুক সম্ভ্ৰম আৰু সন্মানীয় দৃষ্টিৰে চোৱা হয়।

GaruBihu
মাজুলীত গৰু বিহুত গৰুক গা ধুৱাবলৈ নিয়াৰ দৃশ্য।

মাহ-হালধি ঘঁহাৰ পৰা লাও-বেঙেনা মৰালৈকে গৰুক কৰিব লগা পৰম্পৰাখিনি সম্পাদন কৰাৰ পাছত ঘৰলৈ ঘূৰাৰ সময়ত ধেমালিৰ চলেৰে ইজনে সিজনৰ গাত লাও-বেঙেনা মাৰে । লোকবিশ্বাস মতে আজিৰ দিনটোত অসুখীয়াজনৰ গাত লাও-বেঙেনা মাৰিলে সেইজনৰ ৰোগ ভাল হয়। খীণ মানুহক শকত হ’বলৈ লাও-বেঙেনা মাৰে। সেইদৰে প্ৰয়োজনতকৈ অধিক শকতজনৰ গাত কেৰেলা মাৰে। আজি কৃষিজীৱী মাজুলীবাসীয়ে সমগ্ৰ দ্বীপটোত থকা গোধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰে ভগৱানৰ ওচৰত। মাজুলীৰ ঢেকীয়াজুলি সমিপৰ লুইতত, টুনি, বিল-জলাহসমূহত পুৱাৰ ব্যস্ততাপূৰ্ণ পৰিৱেশে মন সজীৱ কৰি তুলিছিল মাজুলীবাসীৰ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd