• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে “কা” খনক জুমলাৰ দৰে ব্যৱহাৰ কৰিছে : অভিষেক বেনাৰ্জী

ভাৰতত চিনেমা কৰমুক্ত, কিন্তু ঔষধত লগোৱা হয় বৃহৎ পৰিমাণৰ কৰ : অভিষেক বেনাৰ্জী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 11, 2022 7:59 pm
183
VIEWS
Share on FacebookShare on Twitter

“বিজেপিয়ে “কা” খনক জুমলাৰ দৰে ব্যৱহাৰ কৰিছে। সেয়া সকলো জনতাৰ চকুৰ সন্মুখত স্পষ্ট”। গুৱাহাটীৰ জয়ানগৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্য্যালয় উদ্বোধন কৰি সাংবাদিকৰ আগত এইদৰে কয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে।

ইপিনে, ২০১৯ চনৰ ডিচেম্বৰ মাহতে কা খন বিজেপিয়ে আইনত পৰিণত কৰিলে বুলি উল্লেখ কৰি বেনাৰ্জীয়ে লগতে কয় “এখন বিল আইনত পৰিণত হ’লে নীতি-নিয়মখিনি কাৰ্য্যকৰী কৰিবলৈ খুব বেছি ৬ মাহৰ প্ৰয়োজন হয়। কিন্তু এতিয়া এই বৰ্ষৰ অক্টোবৰ মাহলৈকে আইনখন বলবত কৰিবলৈ সময় বিচাৰিছে বিজেপিয়ে। পশ্চিমবংগত কোভিড শেষ হোৱাৰ পাছত কা কাৰ্যকৰী কৰিম বুলি ক’লে আৰু অসমত আহি ‘কা’ ৰ কথা মুখতে নানিলে অমিত শ্বাহে। বিজেপিৰ দুতলীয়া স্থিতি ৰাইজে বুজি পাইছে । জুমলাবাজি দেখুৱাবলৈ কা ৰ কথা কয় বিজেপিয়ে”।

তৃণমূল কংগ্ৰেছে কা খন পূৰ্বৰে পৰা বিৰোধ কৰি আহিছে বুলি বেনাৰ্জীয়ে দাবী কৰে।

তেওঁ লগতে কয় “১৬০০-১৭০০ কোটি ৰাইজৰ টকা খৰচ কৰি প্ৰায় ৫ বছৰৰ পাছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পালে যদিও যিসকলৰ নাম অন্তৰ্ভুক্ত হ’ব লাগিছিল তেওঁলোকৰ নহ’ল, যিসকলৰ নাম বাহিৰ হ’ব লাগিছিল তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ’ল। অসমৰ মুখ্য মন্ত্ৰীয়েই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ কৰাৰ কথা কয়। বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্য পুৰণ কৰিবলৈহে ‘কা খন ব্যৱহাৰ কৰিছে।

আনহাতে, মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি তেওঁ কয় “২০১৪ চনত বিজেপিক ভোট দি ২০২২ ত মানুহে ভাবিছে কিয় বিজেপিক ভোট দিলে? আমি এনেকুৱা এখন দেশত বাস কৰো য’ত চিনেমা কৰ মুক্ত কৰা হয় আৰু ঔষধ পেট্ৰ’ল-ডিজেল আৰু মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীত অত্যাধিক কৰ আৰোপ কৰা হয়”।

Recent News

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd