• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

বৰ্জিত পানী আৰু আৱৰ্জনা শ্বিলং নদীৰ সুঁতিবোৰত পোনপটীয়াকৈ পেলোৱাত বাধা দিবলৈ মেঘালয় চৰকাৰক আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2018 7:37 pm
Shillong city
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্জিত পানী শ্বিলং নদীৰ সুঁতিবোৰত পোনপটীয়াকৈ পেলোৱা বন্ধ কৰিবলৈ মেঘালয় চৰকাৰক অধিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে কংগ্ৰেছী বিধায়ক চাৰ্লছ পিংৰোপে।

আজি মেঘালয় বিধানসভাৰ মজিয়াত উত্তৰ শ্বিলঙৰ বিধায়ক এডেলবাৰ্ট নংৰামে সোধা এটা প্ৰশ্নৰ উত্তৰত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হামলেটচন ধলিঙে চৰকাৰে শ্বিলং নদীৰ দুটা প্ৰধান সুঁতি উমচাইৰপি আৰু উমখ্ৰাহ অধিক প্ৰদূষিত হোৱা বন্ধ কৰিবলৈ বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাবোৰৰ কথা অৱগত কৰে।

Apply Now

মন্ত্ৰীজনে কয় যে সুঁতিকেইটাৰ কিছু কিছু অংশত ফেন্সিং দিয়া, সুঁতিকেইটাৰ পাৰত বাস কৰা নাগৰিকসকলে নদীলৈ বৰ্জিত পানী পোনপটীয়াকৈ নিষ্কাশন কৰা ধৰা পৰিলে জাননী দিয়া -এইবোৰো ইয়াৰ ভিতৰত আছে। তেওঁ লগতে কয় যে উমচাইৰপি সুঁতিটোৰ ছটা স্থানত আৱৰ্জনা ধৰি ৰখা প্ৰণালী স্থাপন কৰা হৈছে আৰু উমখ্ৰাহ নদীৰ বাবেও একেই ব্যৱস্থা কৰা হ’ব।

তেওঁ লগতে কয় যে শ্বিলং পৌৰ এলেকা আৰু ইয়াৰ বাহিৰৰ অংশৰ বাবেও জাবৰ সংগ্ৰহ প্ৰণালীটো অধিক বৃদ্ধি কৰা হ’ব, যাতে জাবৰ নদী বা নৰ্দমাত দলিওৱা কমে।

আনহাতে সুঁতি দুটাৰ পানীৰ গুণগত মান সন্দৰ্ভত ধোলিঙে কয় যে মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাষ্ট্ৰীয় জল নিয়ন্ত্ৰণ আঁচনিৰ অধীনত এই বিষয়টো চোৱাচিতা কৰি আছে আৰু সুঁতি দুটাৰ পানী ‘ই’ শ্ৰেণীত পৰে, অৰ্থাৎ কেৱল জলসিঞ্চন, ঔদ্যোগিক শীতলীকৰণ প্ৰণালী, আৰু আৱৰ্জনা নিষ্কাশনতবে ইয়াক ব্যৱহাৰ কৰিব পাৰি।

হোটেল, গেষ্ট হাইছ, ৰেস্তোৰাঁ আৰু অন্যান্য প্ৰতিষ্ঠানবোৰত বৰ্জিতজল নিষ্কাশন প্ৰণালী (effluent treatment plants (ETPs)) স্থাপন কৰা সন্দৰ্ভত মন্ত্ৰীজনে কয় যে মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু মেঘালয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ নিৰ্দেশমতে ৬৯খন হোটেল, ১৯টা গেষ্ট হাউছ/লজ, ৩৭খন ৰেস্তোৰাঁ, ১৪টা অট’ম’বাইল সেৱা প্ৰতিষ্ঠান আৰু ১১খন হস্পিটেলত বৰ্জিত পানী নিষ্কাশনৰ বাবে ই টি পি স্থাপন কৰা হৈছে।

মন্ত্ৰীজনে জনায় যে ১৮জন লোকলৈ তেওঁলোকে কৰ্তৃত্বহীনভাৱে নিৰ্মাণকাৰ্য্য চলোৱাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননীৰ লগতে সেইবোৰ ভাঙি পেলাবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। কিন্তু সেইবোৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত ৰখা হৈছে আৰু এতিয়া ৰায়ৰ বাবে বাট চোৱা হৈছে। আনহাতে পানীলৈ নিয়মীয়াকৈ জাবৰ দলিওৱা লোকক ধৰা পেলাবলৈ চি চি টি ভিও স্থাপন কৰা বুলিও তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd