• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 8:24 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেশ্যন (AIFF)ৰ প্ৰাক্তন সভাপতি তথা ফিফা পৰিষদৰ সদস্য প্ৰফুল পেটেলে ফিফাৰ সভাপতি গিয়ান্নি ইনফান্টিনোলৈ এখন পত্ৰ লিখি ফুটবলৰ শীৰ্ষ সংস্থাটোক ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰিবলৈ অনুৰোধ জনাইছে।

পেটেলে ইনফাণ্টিনোলৈ লিখা পত্ৰখনত লিখিছে, “মই উল্লেখ কৰিব বিচাৰো যে উচ্চতম ন্যায়ালয়ে ২০২২ চনৰ জুলাই মাহৰ ভিতৰত সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষিপ্ৰতা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে।”

লগতে পঢ়ক: যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Apply Now

“মই ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেশ্যনক এই পৰ্যায়ত নিলম্বন আৰোপ নকৰিবলৈ অনুৰোধ জনাইছো, কিন্তু ইয়াৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ৰ আদেশৰ এই গুৰুত্বপূৰ্ণ দিশটো বিবেচনা কৰিবলৈ আৰু উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা উক্ত সময়সীমাক সন্মান জনাই আৰু পলম হোৱাৰ অনুমতি নিদিয়াকৈ কঠোৰভাৱে অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আদালতে নিযুক্তি দিয়া প্ৰশাসনীয় কমিটিৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনাইছো।‘’

পেটেলে লগতে কয়, “মই এছিয়ান ফুটবল কনফেডাৰেশ্যন আৰু ফিফাৰ অভিজ্ঞ আইনী গোটসমূহক সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ আইনৰ সংশোধনৰ ক্ষেত্ৰত আদালতে নিযুক্তি দিয়া প্ৰশাসনীয় কমিটিৰ সৈতে যোগাযোগ কৰিবলৈ আৰু প্ৰয়োজন হ’লে নিৰ্দেশনা দিবলৈও অনুৰোধ জনাইছো।”

ইয়াৰ পূৰ্বে পেটেলে কৈছিল যে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত প্ৰশাসনীয় কমিটিৰ (চিঅ’এ) সৈতে কথা পাতিব আৰু তেওঁলোকক নিৰ্বাচন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ক’ব কিয়নো ভাৰতীয় ফুটবলৰ বাবে এই বিষয়টো পেলাই ৰখাটো অতি ধ্বংসাত্মক হ’ব পাৰে।

লগতে পঢ়ক:জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

পেটেলে কৈছিল যে তেওঁ পৰিষদৰ সদস্য হিচাপে তেওঁৰ পদৰ ব্যৱহাৰ কৰি তেওঁৰ সহকৰ্মীসকলক নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জুলাইৰ শেষলৈকে দেশখনক সময় দিবলৈ অনুৰোধ জনাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd