• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 27, 2022 4:46 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নহয়, দুগৰাকী নহয় ১৭ গৰাকীকৈ মহিলাক হত্যা কৰা এজন চিৰিয়েল কিলাৰক তেলেংগানাৰ গাড়োৱাল জিলাৰ এখন আদালতে শাস্তি বিহিছে।

থলুৱা ভাবে প্ৰস্তুত কৰা মদৰ দোকান এখনৰ গৰাকী য়েৰুকালী শ্ৰীনু (৪৭)য়ে তেওঁৰ দোকানলৈ মদ খাবলৈ অহা মহিলাসকলৰ সৈতে প্ৰথমতে বন্ধুত্ব স্থাপন কৰি পিছত তেনে মহিলাক হত্যা কৰিছিল।

এনেদৰে ১৭ গৰাকীকৈ মহিলাক হত্যা কৰাৰ পিছত য়েৰুকালী শ্ৰীনু ধৰা পৰিছিল। অলপতে আদালতে হত্যাকাী জনক দোষী সাব্যস্ত কৰিছিল আৰু শেহতীয়াকৈ অতিৰিক্ত জিলা দণ্ডাধীশে তেওঁক তেওঁৰ ভাতৃ চিট্টি এলাইভলাম্মা (৫৩)ৰ হত্যাৰ বাবে আজীৱন কাৰাদণ্ড বিহে।

চিৰিয়েল কিলাৰজনক ২০১৯ চনত ভাতৃ এলাইভলাম্মাৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

শ্ৰীনুৰ পত্নী ছালাম্মাকো গিৰিয়েকে মহিলাক হত্যা কৰি চুৰি কৰা সম্পত্তি মজুত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল।

সুৰাৰ প্ৰতি আসক্ত শ্ৰীনুৱে তেওঁৰ দোকানলৈ সুৰাপান কৰিবলৈ অহা মহিলাসকলৰ সৈতে বন্ধুত্ব কৰি তেওঁলোকক বনভোজৰ নামত নিৰ্জন স্থানলৈ লৈ গৈছিল আৰু তেওঁলোকৰ সৈতে একেলগে সুৰাপান কৰাৰ পিছত তেওঁলোকক হত্যা কৰি সোণ আৰু ৰূপৰ অলংকাৰে আদি লৈ গৈছিল।

শ্ৰীনু নিজৰ ভায়েককো হত্যা কৰিছিল বুলি জানিব পৰা গৈছে।২০০৯ চনত তেওঁৰ ভায়েকক হত্যা কৰাৰ বাবে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

বহু কেইটা গোচৰত প্ৰমাণৰ অভাৱতে লোকজনক নিৰ্দোষী ঘোষণা কৰিবলগীয়া হৈছিল।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd