• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
May 29, 2022 11:46 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়সাগৰ আৰক্ষীয়ে নিশা আটক কৰে শিৱসাগৰৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক আনোৱাৰ হুছেইনক। অগপ চৰকাৰৰ দিনত হোৱা শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আটক কৰা হৈছে হুছেইনক।

অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৰ দিগন্ত শইকীয়াই থানাত তৰা গোচৰৰ ভিত্তিত আনোৱাৰ হুছেইনক আটক কৰা হয়।

আনোৱাৰ হুছেইনৰ বিৰুদ্ধে নিৰ্ধাৰিত বয়সতকৈ কম বয়সৰ লোকক শিক্ষকৰ চাকৰি দিয়াৰ অভিযোগ আছে।

Apply Now

১৯৯৬-৯৭ বৰ্ষত বুবুল হুছেইন নামৰ যুৱকক কম বয়সতে অনিয়মেৰে চাকৰি দিয়া বুলি ২০১৯ চনত অভিযোগ দিছিল দিগন্ত শইকীয়াই। আৰক্ষীয়ে ১৩৬৯/২০১৯ নং গোচৰৰ ভিত্তিত আটক কৰে আনোৱাৰ হুছেইনক।

আৰক্ষীয়ে আটক কৰা প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইন। ফটো: নৰ্থইষ্ট নাও।

দুৰ্নীতিৰে কম বয়সতে শিক্ষক হিচাপে নিযুক্তি লাভ কৰা বুলি অভিযোগ উঠা বুবুল হুছেইন বৰ্তমান বাঘজান প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত।

উল্লেখযোগ্য যে ৯০’ দশকত শিক্ষক নিযুক্তি কেলেংকাৰীয়ে তোলপাৰ লগাইছিল ৰাজ্যত।

ইপিনে, সংবাদ মাধ্যমৰ সমুখত শিক্ষা বিষয়া আনোৱাৰ হুছেইনে এক বিস্ফোৰণ ঘটাইছে। ৰাজনৈতিক হেঁচাৰ বাবেই অবৈধ নিযুক্তি দিবলৈ বাধ্য হৈছিল বুলি সদৰী কৰে হুছেইনে।

প্ৰয়াত মন্ত্ৰী অঞ্জন দত্ত, দেৱানন্দ কোঁৱৰ, শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ ৰোহিনী শইকীয়াই নিযুক্তিৰ বাবে হেঁচা দিছিল বুলি অভিযোগ কৰে আনোৱাৰ হুছেইনে।

উল্লেখ্য যে ১৯৯১ৰ পৰা ২০০১ চনলৈ কংগ্ৰেছ আৰু অগপ চৰকাৰৰ আমোলত সংঘটিত হৈছিল এই বিয়াগোম শিক্ষক নিযুক্তি কেলেংকাৰী।

এজন অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়াই উদঙাই দিয়া বিয়াগোম নিযুক্তি কেলেংকাৰীৰ আঁৰত জড়িত আছে বহু ৰাজনৈতিক নেতা-পালিনেতা।

এপিএছচি কেলেংকাৰীৰ দৰেই ১৯৯১ৰ পৰা ২০০১ চনলৈ সংঘটিত হৈছিল এই বিয়াগোম নিযুক্তি কেলেংকাৰী।

আনোৱাৰ হুছেইনৰ পত্নী চিলভিয়া বেগম। ফটো: নৰ্থইষ্ট নাও।

আনহাতে, অৱ সৰপ্ৰাপ্ত শিক্ষা বিষয়া আনোৱাৰ হুছেইনৰ পত্নী চিলভিয়া বেগমেও উত্থাপন কৰিছে বহু গুৰুতৰ অভিযোগ। বহু ৰাজনৈতিক নেতাৰ কথা ৰাখিবলৈ গৈ আনোৱাৰ হুছেইন বিপদত পৰিছে বুলি মন্তব্য কৰে পত্নীয়ে।

বিধায়ক প্ৰদীপ হাজৰিকা, অঞ্জন দত্ত, হিৰণ্য কোঁৱৰ, দেৱানন্দ কোঁৱৰে নিজ পচন্দৰ প্ৰাৰ্থীক চাকৰি দিবলৈ হেঁচা দিছিল বুলি মন্তব্য কৰে চিলভিয়া বেগমে।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd