• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UPSC result অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষত দিল্লীৰ শ্ৰুতি শৰ্মা,অসমৰ শিল্পা খনিকৰৰো সাফল্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 30, 2022 3:45 pm
255
VIEWS
Share on FacebookShare on Twitter

ইউপিএছচিয়ে অনুষ্ঠিত কৰা ভাৰতীয় অসামাৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে দিল্লীৰ শ্ৰুতি শৰ্মাই।

একেদৰে অসমৰো শিল্পা খনিকৰেও  স্থান লাভ কৰিছে বুলি জানিব পৰা গৈছে। এই পৰীক্ষাত শিল্পা খনিকৰে ৫০৬ নম্বৰ স্থান অধিকাৰ  কৰিছে। শিল্পা খনিকৰে গুৱাহাটীৰ হাতীগাঁৱৰ  লখিমি নগৰৰ মেঘমল্লা এপাৰ্টমেণ্টত বাস কৰে বুলি জানিব পৰা গৈছে।

ইউপিএছচিৰ অফিচিয়েল ৱেবছাইটৰ upsc.gov.inত ফলাফল উপলব্ধ হৈছে।

ইউপিএছচি চিএছই প্ৰাৰম্ভিক পৰীক্ষা ১০ অক্টোবৰ, ২০২১ তাৰিখে অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়।
এই বছৰ পৰীক্ষাৰ শীৰ্ষ তিনিওটা পদ ছাত্ৰীয়ে লাভ কৰিছে। শ্ৰুতি ছেইণ্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।

তেওঁ জামিয়া মিলিয়া ইছলামিয়া আৱাসিক প্ৰশিক্ষণ একাডেমীত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

অসামৰিক সেৱাৰ কেইটাবাটাও শাখাৰ বাবে মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীক এইবাৰ বাচনি কৰা হৈছে।

পৰীক্ষা মূলতঃ প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু সাক্ষাৎকাৰ পৰ্যায়ত অনুষ্ঠিত হৈছিল।

মুখ্য পৰীক্ষাটো জানুৱাৰী ৭ৰ পৰা ১৬, ২০২২ লৈ অনুষ্ঠিত হৈছিল, আৰু ফলাফল ১৭ মাৰ্চ, ২০২২ তাৰিখে ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সফলতা অৰ্জন কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাইছে৷

এইবাৰৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থানপ্ৰাপ্ত কেইগৰাকীমান প্ৰাৰ্থী হৈছে ক্ৰমে —১.শ্ৰুতি শৰ্মা, ২.অংকিতা আগৰৱালা, ৩. গামিনী চিংলা, ৪.ঐশ্বৰ্য বাৰ্মা৫ উৎকৰ্ষ দ্বিবেদী, ৬ যক্ষ চৌধুৰী, ৭ সমক চি. জাইন
৮ ঈশিতা ৰাঠী, ৯ প্ৰীতম কুমাৰ, ১০ হৰকিৰত সিং ।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd