• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২ জুনত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিব হাৰ্দিক পেটেলে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 31, 2022 5:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বহুতে ধাৰণা কৰা কথাটোৱেই সঁচা হ’বলৈ ওলাইছে। ২ জনমত কংগ্ৰেছৰ পৰা পদত্যাগ কৰা হাৰ্দিক পেটেলে বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে।

উল্লেখ্য গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে ১৮ মে’ত দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল।পেটেলে টুইটাৰত দলৰ সকলো পদত্যাগ কৰাৰ কথা এনেদৰে প্ৰকাশ কৰিছিল—“আজি মই সকলো পদৰ পৰা পদত্যাগ কৰিবলৈ সাহস গোটাইছো । মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰিছো। মই নিশ্চিত যে মোৰ সিদ্ধান্তক মোৰ সকলো সহকৰ্মী আৰু গুজৰাটৰ ৰাইজে আদৰণি জনাব। মই বিশ্বাস কৰোঁ যে এই পদক্ষেপৰ পিছত মই ভৱিষ্যতে গুজৰাটৰ বাবে সঁচাকৈয়ে কাম কৰিবলৈ সক্ষম হ’ম,”।

Apply Now

হাৰ্দিক পেটেলৰ পদত্যাগ গুজৰাট বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান আগতে কংগ্ৰেছৰ বাবে এটা ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে।গুজৰাটৰ পাটিদাৰ আন্দোলন আন্দোলনৰ নেতৃত্ব বহন কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খনত পৰিচিত হৈ পৰা হাৰ্দিক পেটেলে কংগ্ৰেছ ত্যাগ কৰিব বুলি পূৰ্বে ইংগিত দিছিল ।

উল্লেখ্য পেটেলে এপ্ৰিল মাহত আহমেদাবাদ ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰিছিল।ইপিনে হাৰ্দিক পেটেলে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে বহুতৰে মাজত এইবুলি চৰ্চা চলিছে যে তেওঁ হয়তো বিজেপিত যোগদান কৰিব ।শেহতীয়াকৈ সংঘ পৰিয়ালৰ সুৰতে সুৰ মিলাই হিন্দুত্ববাদী বক্তব্য আগবঢ়াবলৈ লোৱা গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব বহুদিনৰে পৰা চৰ্চা চলি আছে।

এপ্ৰিল মাহত এনে চৰ্চা চলি থকাৰ মাজতে হাৰ্দিক পেটেলে কৈছিল যে তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ খবৰ সঁচা নহয়।তেওঁ লগতে কয় যে শেহতীয়াকৈ গেৰুৱা দলটোৱে গ্ৰহণ কৰা কেতবোৰ ৰাজনৈতিক সিদ্ধান্তক তেওঁ আদৰণিহে জনাইছিল। বিজেপিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই বুলিও পেটেলে সেই সময়ত জনাইছিল।পেটেলে লগতে কৈছিল যে হিন্দুত্বৰ প্ৰতি তেওঁৰ আনুগত্য আছে।হাজাৰ হাজাৰ বছৰ ধৰি হিন্দুত্বৰ সৈতে জড়িত হৈ আছোঁ বুলিও পেটেলে উল্লেখ কৰিছিল।

বিজেপিত যোগাদানৰ প্ৰসংগত পেটেলে কৈছিল “মই বিজেপিৰ সৈতে কথা পতা নাই। মই বিজেপিৰ ভাল কথাবোৰ গ্ৰহণ কৰো। বিজেপিয়ে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰিছে, আৰু এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ দৰে ভাল কামক আমি প্ৰশংসা কৰা উচিত”। 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd