• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অনিল আম্বানীৰ বিৰুদ্ধে ক’লা ধন আইনৰ অধীনত আয়কৰ অনুসন্ধান গোটৰ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2022 6:53 pm
Anil Ambani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত দেশৰ ভিতৰতে অন্যতম ধৰ্নাঢ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত পুঁজিপতি অনিল আম্বানীক এতিয়া বিপদে লগ নেৰা হৈছে। পিতৃ ধীৰুভাই আম্বানী আৰু জেষ্ঠ ভাতৃ মুকেশ আম্বানীৰ পদাংক অনুসৰণ কৰি ব্যৱসায়িক জগতখনত প্ৰৱেশ কৰাৰ পাছত এসময়ত ধনৱন্ত ব্যক্তি হিচাপে পৰিগণিত হৈছিল যদিও অনিল আম্বানী এতিয়া হৈ পৰিল তেনেই দেউলীয়া।

২০২০ চনৰ ফেব্ৰুৱাৰীত অনিল আম্বানীয়ে ব্ৰিটেইনৰ আদালতত নিজেই তেওঁ “দেউলিয়া” আৰু তেওঁৰ মুঠ সম্পত্তি “শূন্য” বুলি ঘোষণা কৰিছিল।

Apply Now

কিন্তু আম্বানীৰ এই ঘোষণাক মিছা প্ৰমাণিত কৰি এতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে বিদেশত অঘোষিত বিশাল সম্পত্তি থকাৰ অভিযোগ। ব্লেক মানি এক্ট ২০১৫ ৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তি আৰু বিনিয়োগৰ অভিযোগত অনিল আম্বানীৰ বিৰুদ্ধে চলিত বৰ্ষৰ মাৰ্চত আয়কৰ অনুসন্ধান গোটে চূড়ান্ত নিৰ্দেশ জাৰী কৰিছিল।

ইয়াৰ পূৰ্বেও অনিল আম্বানীক ২০১৯ চনত ক’লা ধন আইনৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তিৰ বাবে জাননী জাৰী কৰা হৈছিল। আয়কৰ অনুসন্ধান গোটে জাৰী কৰা আদেশত বিদেশী সম্পত্তি আৰু বিদেশী গোট সৈতে সম্পৰ্কিত বেংক একাউণ্টৰ লেনদেনৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছে।

এই তালিকাত প্ৰকাশিত তথ্য অনুসৰি এই লেনদেন সমূহৰ মুঠ মূল্য প্ৰায় ৮০০ কোটি টকা। এই সন্দৰ্ভত আম্বানীলৈ আয়কৰ অনুসন্ধান গোটে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও উত্তৰ দিয়া নাছিল আম্বানীয়ে।

ক’লা ধন আইনৰ আদেশ অনুসৰি, অনিল আম্বানীৰ বাহামা আৰু ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত যথেষ্ট সম্পত্তি আছে। বাহামাত তেওঁ ২০০৬ চনত এটা ডায়মণ্ড ট্ৰাষ্ট স্থাপন কৰিছিল। এই ট্ৰাষ্ট ড্ৰীমৱৰ্ক হোল্ডিংছ ইনকৰ্পোৰেচনৰ অধীনত আৰম্ভ কৰা হৈছিল।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ, চমুকৈ CBDT-এ বৈদেশিক কৰ আৰু কৰ গৱেষণা বিভাগৰ জৰিয়তে বাহামাৰ যোগাযোগ কৰাৰ পিছত এই কোম্পানীটো ইউবিএছ বেংকৰ জুৰিখ শাখাৰ (চুইছ বেংক) সৈতে সংযুক্ত আছিল বুলি জানিব পৰা গৈছিল।

আনহাতে ২০১০ চনত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত অনিল আম্বানীয়ে আটলান্টিক ট্ৰেডিং লিমিটেড নামৰ আন এটা বিদেশী কোম্পানী স্থাপন কৰিছিল। বেংক অফ চাইপ্ৰাছত এই কোম্পানীটোৰ এটা একাউণ্ট পোৱা গৈছে। উল্লেখ্য যে, এই কোম্পানীটো কিছু দিন পূৰ্বে ফাদিল হোৱা পাণ্ডোৰা পেপাৰছৰ সৈতে জড়িত ১৮ টা কোম্পানীৰ ভিতৰত অন্যতম।

২০১৫ চনত চুইছ লিক অনুসন্ধানৰ পিছত অনিল আম্বানী হংকং জেনেভা শাখাত একাউণ্ট থকা ১,১০০ জন ভাৰতীয়ৰ ভিতৰত এজন বুলি প্ৰকাশ কৰা হৈছিল। ২০০৬-০৭ বৰ্ষত এই বেংক একাউণ্টত তেওঁৰ ২৬.৬ নিযুত ডলাৰ ধনৰাশি জমা আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd