• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেম্পিয়ন ৰিটাৰ্ণছ! পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস; অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2022 7:45 am
চেম্পিয়ন ৰিটাৰ্ণছ! পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস; অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাইত অনুষ্ঠিত ৬১ তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ১০০মিটাৰ মহিলাৰ দৌৰত ১১.৪৩ ছেকেণ্ডেৰ সোণৰ পদক জয় কৰিলে হিমা দাসে।

শনিবাৰে ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনা তাৰকা স্প্ৰিণ্টাৰ হিমা দাস আৰু তেওঁৰ অসম দলৰ সঙ্গী অম্লান বৰগোহাঁইয়ে চেম্পিয়নশ্বিপৰ দ্ৰুততম মহিলা আৰু পুৰুষ হোৱাৰ লগে লগে ক্ৰমান্বয়ে মহিলা আৰু পুৰুষৰ ১০০ মিটাৰ ডেছত স্বৰ্ণ জয় কৰে।

হিমাই ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী দ্যুতি চান্দক ১১.৪৩ ছেকেণ্ড সময় লৈ পৰাস্ত কৰে। এই দূৰত্বত হিমাৰ এয়া ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। উৰিষ্যাক প্ৰতিনিধিত্ব কৰা দ্যুতিয়ে ১১.৪৪ ছেকেণ্ডৰ সৈতে হিমাৰ পিছত এক ছেকেণ্ডৰ ব্যৱধানত দ্বিতীয় স্থানত ৰয় । উৰিষ্যাৰ আন এগৰাকী অভিজ্ঞ স্প্ৰিণ্টাৰ শ্ৰাবণী নন্দাই ১১.৫৩ ছেকেণ্ডৰে তৃতীয় স্থানত থাকে।

Champion RETURNS. @HimaDas8 won Gold Medal with the performance of 11.43 seconds in Women 100 meters in 61st National Interstate Athletics Championships in Chennai, TN. @Adille1 @Media_SAI pic.twitter.com/Uk11Yb8os2

— Athletics Federation of India (@afiindia) June 11, 2022

উল্লেখ্য যে দ্যুতিৰ এইক্ষেত্ৰত ১১.১৭ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ আছে। কমনৱেলথ গেমছৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতা অৰ্জনৰ মানদণ্ড হৈছে ১১.৩১ ছেকেণ্ড।

Happy to make a comeback after an injury and hardwork of nearly 2 years. Looking forward to give my best in the circuit in the upcoming events. Thank you everyone for your love and blessings. #comeback pic.twitter.com/wsvFajN9zW

— Hima Das (@HimaDas8) June 11, 2022

“এইটো মোৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত। এইটো মোৰ কাৰণে বিশেষ কিয়নো মই দ্যুতিৰ দৰে মোৰ জ্যেষ্ঠজনৰ দ্বাৰা অনুপ্ৰাণিত হৈছো আৰু মই তেওঁৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো,” হিমাই কয়।

Congratulations to ace sprinters @HimaDas8 and Amlan Borgohain on winning the Women & Men 100m 🥇 at the 61st National Sr. Inter-State Athletics Championships in Chennai.

A proud moment for Assam. Keep on flying higher! @afiindia pic.twitter.com/v46j0IvihI

— Sarbananda Sonowal (@sarbanandsonwal) June 11, 2022

হিমাই ৪০০ মিটাৰত ৫০.৭৯ সময়েৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। ২০০ মিটাৰ (২০.৫২)ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়া বৰগোহাঁয়ে ১০.৪৭ ছেকেণ্ড সময় লৈ ১০০ মিটাৰ ডেছ বিজয়ী হয়। তামিলনাডুৰ এলাক্কিয়াদাসন কে ১০.৪৮ ছেকেণ্ডৰ দ্বিতীয় আৰু  পঞ্জাৱৰ হৰজিৎ সিং ১০.৫৫ ছেকেণ্ডেৰে তৃতীয় স্থানত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd