• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানসিক সন্তুষ্টিৰ মোহ: বিলাসী চাকৰি এৰি গাধৰ ফাৰ্ম খুলিলে গৌড়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2022 2:41 pm
donkey milk farm
216
VIEWS
Share on FacebookShare on Twitter

প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱিকাৰ অন্তৰালত অৰ্থৰ সমানে মানসিক শান্তিও বিচাৰে। কোটি টকীয়া চাকৰিত নোপোৱা সুখো কোনো ব্যক্তিয়ে সাধাৰণ দৈনিক উপাৰ্জনতে বিচাৰি পাব পাৰে। তেনে এক উদাহৰণেই দাঙি ধৰিছে মাংগালুৰুৰ এজন ব্যক্তিয়ে।

শ্ৰীনিবাস গৌড়া নামৰ এই ব্যক্তিজনে এক বিলাসী চাকৰি এৰি মাংগালুৰুত নিজ জন্মস্থানতে খুলিছে এখন গাধৰ ফাৰ্ম। ৪২ লাখ টকা বিনিয়োগেৰে গৌড়াই ২০ টা গাধৰ এখন ফাৰ্ম গঢ়ি তুলিছে। গাধৰ গাখীৰৰ উৎপাদনৰ বাবে তেওঁ এৰি আহিছে বিলাসী আই টি কোম্পানীৰ চাকৰি।

নিজৰ এই নতুন কাম সম্পৰ্কে গৌড়াই কয়, “মই ২০২০ চনলৈকে এটা ছফ্টৱেৰ ফাৰ্মত নিযুক্তি লাভ কৰিছিলো। কিন্তু সেই চাকৰি এৰি গাধৰ ফাৰ্মত মনোনিৱেশ কৰোঁ। এইয়া ভাৰত আৰু কৰ্ণাটকৰ প্ৰথম গাধ খেতি আৰু প্ৰশিক্ষণ কেন্দ্ৰ।”

গাধৰ গাখীৰৰ লাভালাভ আৰু খেতিপথাৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে গৌড়াই কয় যে বৰ্তমান তেওঁৰ ফাৰ্মত ২০ টা গাধ আছে। এই ফাৰ্মখনৰ বাবে তেওঁ প্ৰায় ৪২ লাখ টকা বিনিয়োগ কৰিছে।

গৌড়াই গাধৰ গাখীৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে। গৌড়াই জানিবলৈ দিয়া মতে গাধৰ গাখীৰ যথেষ্ট উপকাৰী গুণ আছে। সেয়ে সকলোৰে বাবে গাধৰ গাখীৰ উপলব্ধ কৰাটো তেওঁৰ প্ৰাথমিক লক্ষ্য হিচাপে গ্ৰহণ কৰিছে গৌড়াই।

গৌড়াই কয় যে গাধৰ প্ৰজাতিৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে তেওঁ এই গাধৰ গাখীৰৰ কথা মনলৈ আনিছিল। প্ৰথমে তেওঁৰ এই পৰিকল্পনাৰ কথাত কোনো লোকেই আশ্বস্ত হোৱা নাছিল বুলি গৌড়াই মন্তব্য কৰে।

গৌড়াৰ পৰিকল্পনা অনুসৰি গাধৰ গাখীৰৰ পেকেট শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব আৰু এটা ৩০ মিলিলিটাৰ গাখীৰৰ পেকেটৰ মূল্য প্ৰায় ১৫০ টকা হ’ব।

এই গাখীৰৰ পেকেটসমূহ মল, দোকান আৰু চুপাৰমাৰ্কেটত উপলব্ধ হ’ব বুলি গৌড়াই জানিবলৈ দিছে। তেওঁ লগতে ইতিমধ্যে ১৭ লাখ টকাৰ অৰ্ডাৰ লাভ কৰিছে বুলিও দাবী কৰিছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd