• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ বিপদৰ আগজাননী! গুৱাহাটীৰ অনিলনগৰত কেইবাটাও স্থানত ফাঁট মেলিছে ভৰলুৰ গাৰ্ড ৱাল

বন্ধ কৰি দিয়া হ’ল শ্লুইচ গেট, ভয়ংকৰ ৰূপত ভৰি পৰিছে ভৰলুৰ বুকু

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 19, 2022 3:00 pm
196
VIEWS
Share on FacebookShare on Twitter

কৃত্ৰিম বানপানীৰ মাজতে ভয়ংকৰ বিপদৰ আগজাননী দেখা দিছে গুৱাহাটী মহানগৰত।

গুৱাহাটীৰ অনিল নগৰত কেইবাটাও স্থানত ভৰলুৰ গাৰ্ড ৱালত ফাঁট মেলা দেখিবলৈ পোৱা গৈছে।

আজি পুৱাৰ ভাগৰ পৰা এই ফাঁট প্ৰত্যক্ষ কৰে অনিলনগৰবাসীয়ে।

আশ্চৰ্য্যকৰ তথা হাস্যকৰ কথা এয়ে যে, বালিৰ বস্তাৰে এই গাৰ্ড ৱালৰ ফাঁট ৰখাৰ চেষ্টা কৰিছে গুৱাহাটী পৌৰ নিগম কতৃপক্ষই।

গুৱাহাটী মহানগৰীৰ জুৰোড-ৰাজগড় আৰু অনিল নগৰ নবীন নগৰ অঞ্চলৰ পানী পাম্পৰ জৰিয়তে ভৰলুত নিস্কাষণ কৰি থকা হৈছে।

যাৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ভৰলু।

অন্যহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ বাবে ব্যবহাৰ কৰি থকা শ্লুইচ গেট এতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰিব লগা হৈছে। কালি নিশাৰে পৰা ভৰলুমুখৰ শ্লুইছ গেট বন্ধ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ইপিনে, প্ৰায় ২০ ঠাই মানত ফাঁট মেলাৰ ফলত তথা বালিৰ বস্তাৰে ফাঁট ৰোধৰ চেষ্টা কৰাৰ বাবে শংকিত হৈ পৰিছে অনিলনগৰবাসী। গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধেও ক্ষোভ উজাৰে অনিলনগৰৰ বাসিন্দা হিতেন দত্তই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত তেওঁ কয় “যদি ভৰলুৰ ৱাল ভাঙে তেন্তে অনিলনগৰ নবীন নগৰত সাগৰৰ পাৰত দেখা চুনামি দেখিবলৈ পাব। বালিৰ বস্তাৰে যদি ৱালৰ ফাঁট ভেটিব পাৰিলেহেঁতেন তেন্তে ডাঙৰ ডাঙৰ প্ৰযুক্তি বিদ্যাৰ কাম ক’ত? কেৱল বানপানীৰ সাহায্য দিলেই নহয় মানুহৰ জীৱনৰ নিৰাপত্তা সু-নিশ্চিত কৰিব লাগে। ৱালখন খহিলে গুৱাহাটীত জলপ্ৰলয় হ’ব”।

“নিশা যদি ২ বজাত ৱালখন ভাঙে তেতিয়া অনিলনগৰৰ জনতা নিদ্ৰাত থাকিব তেতিয়া জনতাৰ জীৱনলৈ কেনে ভয়ংকৰ বিপদ হ’ব? হিতেন দত্তই প্ৰশ্ন কৰি লগতে কয় “ আমাৰ জীৱন যাতে ধ্বংসৰ গৰাহলৈ নাযায় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক”।

Recent News

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd