• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Maharastra political crisis কোভিডত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! ভাৰ্চুৱেলী কৰিলে কেবিনেট বৈঠকত অংশগ্ৰহণ

আজি সন্ধিয়া সাত বজাত গুৱাহাটীত সংবাদমেল সম্বোধন কৰিব চিন্দেই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 22, 2022 6:36 pm
138
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট ঘনীভূত হৈ পৰাৰ সময়তে কোভিডত আক্ৰান্ত হৈছে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে।

কিন্তু শেষ চেষ্টা হিচাবে তেওঁ ভাৰ্চুৱেলী কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে।

মাৰাঠী ভাষাত আবেগিক ভাষণ দি থাকৰেই কয় যে ৰাজনীতিত তেওঁৰ পাবলগীয়া একো নাই। মাৰাঠী জনতাৰ বাবে তেওঁৰ যুঁজ সদায় অব্যাহত থাকিব। মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ লালায়িত নহয় বুলিও কয়।

উল্লেখ্য কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কোভিডত আক্ৰান্ত হোৱা বুলি মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে আৰু ৰাজ্যখনৰ কংগ্ৰেছ পৰ্যবেক্ষক কমল নাথে প্ৰকাশ কৰিছে।

শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত প্ৰায় ৪০ জন বিধায়কে গুৱাহাটীত বিদ্ৰোহী একনাথ চিন্দেৰ সৈতে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে আজি সন্ধিয়া সাত বজাত চিন্দেই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।

শিৱসেনাৰ ৩৩ জন আৰু ৭ জন নিৰ্দলীয়সহ মহাৰাষ্ট্ৰৰ মুঠ ৪০ জন বিধায়কে একনাথ চিন্দেলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে বুলি নিশ্চিত কৰা হৈছে।

চিন্দেই ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাবলৈ আহ্বান জনাব বুলিও জনা গৈছে।

শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী থাকৰেৰ কোভিডৰ আৰটিপিচিআৰ ৰিপোৰ্ট নিগেটিভ আহিছে।

অৱশ্যে ৰেপিড পৰীক্ষাত তেওঁৰ কোভিড পজিটিভ দেখুৱাইছিল।

 

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd