• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

 দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
June 24, 2022 8:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। দ্ৰৌপদী মুৰ্মুৰ প্ৰাৰ্থিত্বৰ বিষয়ে বহুত আলোচনা কৰা হৈছে। তেওঁ এক বৃহৎ সম্ভাৱনাৰে জনজাতীয় সম্প্ৰদায়ৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে।

বিজেপিৰ ভিতৰত জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰিবলৈ সমগ্ৰ ভাৰততে নেতাৰ অভাৱ থকাটো সঁচা কথা। সেয়ে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক বিজেপিয়ে ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপ কৰিছে। বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পাছত মঙলবাৰে দলৰ সভাপতি জে পি নাড্ডাই দ্ৰৌপদী মুৰ্মুৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে। ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ’লে জনজাতীয় সম্প্ৰদায়ৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব দ্ৰৌপদী মুৰ্মুৱে।জনজাতীয় ভোট বেছিভাগ কংগ্ৰেছ আৰু আঞ্চলিক দল যেনে ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু গুজৰাট আৰু ৰাজস্থানত ভাৰতীয় জনজাতীয় দলেই ইমান দিনে লাভ কৰি আহিছে। সেয়ে মুৰ্মুক ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপ কৰাৰ আঁৰত বিজেপিৰ দ্বাৰা এক ডাঙৰ অংক থাকিব পাৰে।

Apply Now

এই বছৰৰ শেষৰ ফালে গুজৰাট আৰু অহা বছৰ ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুৰ্মুৰ প্ৰাৰ্থিত্বই সেয়ে সেই ৰাজ্য সমূহৰ নিৰ্বাচনত বিজেপিক সহায় কৰিব বুলি গেৰুৱা শিবিৰে ধাৰণা কৰিছে। যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গুজৰাট, ৰাজস্থান, ছত্তীশগড়ৰ ১২৮ খন অনুসূচীত জনজাতি সংৰক্ষিত আসনৰ ভিতৰত ৮৬ খনত জয়লাভ কৰিছিল। ২০১৭ চনত, কংগ্ৰেছে গুজৰাটৰ ২৭ খন এছটি আসনৰ ভিতৰত ১৫ খন আৰু বিজেপিয়ে ৯ খন আসন লাভ কৰিছিল।

পৰৱৰ্তী বছৰত ৰাজস্থানত কংগ্ৰেছে ২৫ খন এছটি আসনৰ ভিতৰত ১৩ খন আৰু বিজেপিয়ে আঠখন আসন লাভ কৰিছিল। মধ্য প্ৰদেশৰ ৪৭ খন এছটি আসনৰ ভিতৰত ৩১ খন কংগ্ৰেছে লাভ কৰাৰ লগতে ১৬ খন বিজেপিলৈ গৈছিল। ছত্তীশগড়ত কংগ্ৰেছে ২৯ খন এছটি আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিছিল, বিজেপিৰ বাবে মাত্ৰ দুখন আসন বাকী ৰৈছিল। ঝাৰখণ্ড (২৮), উৰিষ্যা (২৪), কৰ্ণাটক (১৫), মহাৰাষ্ট্ৰ (১৪), তেলেংগানা (৯) আৰু অন্ধ্ৰ প্ৰদেশ (৭)ত বিয়পি থকা ৯৭ খন এছ টি আসনত দলটোৰ মাত্ৰ চাৰিজন বিধায়ক আছে। সেয়ে এতিয়া দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ কৰি বিজেপিয়ে জনজাতীয় ভোটাৰৰ মন জয় কৰিব বিচাৰিছে বুলি চৰ্চা হৈছে।

 দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd