• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
July 1, 2022 11:40 am
নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেন।

নোবেল বিজয়ী অৰ্থনীতিবিদ অৰ্মত্য সেন।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Amartya Sen সহনশীলতা নহয়, ভাৰতত দৰাচলতে একতাৰ অভাৱ হৈছে। নোবেল বঁটা বিজয়ী অধ্যাপক অমৰ্ত্য সেনে দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ এইদৰেই অনুভৱ কৰে। উদ্বিগ্ন অধ্যাপকগৰাকীয়ে তেওঁৰ এই শংকা লুকুৱাই ৰখা নাই।

ৰাজনৈতিক নেতৃত্বকে ধৰি প্ৰশাসনৰ বহু শীৰ্ষ বিষয়াক তেওঁৰ কথাবোৰে অস্বস্তিত পেলাব পাৰে। কিন্তু সেইটো জানিও তেওঁ মুখ বন্ধ কৰি ৰখা নাই। অমৰ্ত্য সেনৰ স্পষ্ট বক্তৱ্য, ‘হয়, মই ক’ম যে এতিয়া ভয় খোৱাৰ কাৰণ আছে। দেশৰ সাম্প্ৰতিক পৰিস্থিতি মোৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে।‘’

লগতে পঢ়ক: Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Apply Now

বৃহস্পতিবাৰে চল্টলেকৰ প্ৰতীচী ট্ৰাষ্টৰ এটা অনুষ্ঠানত অংশ ল’বলৈ অমৰ্ত্য সেন কলকাতালৈ আহিছিল। তেওঁ তাত অমৰ্ত্য ৰিছাৰ্চ চেন্টাৰ উদ্বোধন কৰে। তাৰ পিছত তেওঁ ‘বেক টু স্কুল’ শীৰ্ষক এক আলোচনাত অংশগ্ৰহণ কৰে। তাত তেওঁৰ সৈতে আছিল অনিতা ৰামপাল, জিন ড্ৰিজ, কে শ্ৰীনাথ ৰেড্ডী আৰু এ কে শিৱকুমাৰ।  এই অনুষ্ঠানতে নোবেল বঁটা বিজয়ী অধ্যাপকগৰাকীক দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছিল।

লগতে পঢ়ক: Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

তেওঁ অনুষ্ঠানটোত দীঘলীয়া ভাষণ ৰাখিছিল। প্ৰথমে তেওঁ এক বৈচিত্ৰ্যময় ভাৰতৰ ঐক্যৰ পৰম্পৰাৰ বিষয়ে কয়। তুলি ধৰে প্ৰাচীন ভাৰতৰ ইতিহাস। সেই ভাৰত আৰ্যভট্টৰ ভাৰত যেতিয়া ভাৰতে বিজ্ঞানৰ চৰ্চাত বিশ্বত এক দৃষ্টান্ত গঢ়ি তুলিছিল। সেই ভাৰতে বৈদিক সংখ্যাতত্ত্বত ইয়াৰ দক্ষতাৰে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছিল।  তেওঁ পিছত অল-বিৰুণিৰ প্ৰসংগ দাঙি ধৰি সেই গৌৰৱময় ভাৰতক বিশ্বই কেনেদৰে চাইছিল সেই দিশতো আলোকপাত কৰে।

ইয়াৰ পিছতে অমৰ্ত্য সেনে আধুনিক ভাৰতৰ প্ৰসংগলৈ আহি তেওঁ ইয়াত অতীতৰ ছাঁও বিচাৰি নোপোৱা বুলি মন্তব্য কৰে।

লগতে পঢ়ক: Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

তেওঁ কয়, “আজি, যদি মোক কোনোবাই প্ৰশ্ন কৰে, আপুনি কিবা কাৰণত শংকিত? মই ক’ম হয়। ভয় খোৱাৰ যথেষ্ট কাৰণ আছে। কাৰণ মই বিচাৰো দেশখন ঐক্যবদ্ধ হওক। এয়া কোনো সহনশীলতাৰ বিষয় নহয়। মই বিচাৰো দেশখন আগৰ দৰেই ঐক্যবদ্ধ হৈ থাকক। সেইকাৰণে আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। ঐক্যবদ্ধ হ’ব লাগিব। দেশৰ মানুহে এইটো আৰু ভালকৈ বুজিব লাগিব।‘’

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd