• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 5, 2022 4:43 pm
Blood donation
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
তেজ হৈছে জীৱৰ জীৱনৰ ভেঁটি। তেজ ৬০ শতাংশ তৰল আৰু ৪০ শতাংশ গোটা পদাৰ্থৰে তৈয়াৰী। ইয়াৰ তৰল পদাৰ্থবিধক প্লাজমা বোলে। প্লাজমাত ৯০ শতাংশ পানী আৰু ১০ শতাংশ পুষ্টি, হৰমন আদি থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পৰিপুৰিত হয়। 
কিন্তু গোটা ভাগটোত থকা শ্বেতৰক্ত কণিকা, লোহিত ৰক্তকণিকা আৰু প্লেটলেটবোৰ নোহোৱা হ’লে পৰিপূৰণ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। ইয়াতেই আপোনাৰ ৰক্তদানৰ প্ৰয়োজনীয়তা আহি পৰে। 
এনে গোটা অংশ নোহোৱা হ’লে ইয়াক পৰিপূৰণ কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যুও হ’ব পাৰে। কেতিয়াবা শৰীৰটোৱে ইয়াৰ পৰিপূৰণ কৰিব পৰা অৱস্থাত নাথাকে। 
তেজ কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়, ইয়াক দান দিব লাগে। অৰ্থাৎ তেজ প্ৰয়োজন হোৱা ব্যক্তিক আপুনি ৰক্তদান কৰি জীৱনদান কৰিব পাৰে। 
প্ৰতি বছৰে ভাৰতবৰ্ষক ২৫০ ৰ ৪০ লাখ একক তেজৰ প্ৰয়োজন হয়, কিন্তু মাত্ৰ ৫০০০০০ একক তেজহে উপলব্ধ হয়।
ৰক্তদান মানে এটা নিয়মীয়া স্বাস্থ্য পৰীক্ষা। কিবা জটিল ৰোগত আক্ৰান্ত হ’লেও প্ৰাথমিক পৰ্যায়তেই ধৰা পৰি যায়।
তাৰোপৰি নিয়মীয়া ৰক্তদানে ব্যক্তি এজনৰ শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰে-
১.হাৰ্টৰ অসুখৰ ৰিক্স 33% কমায় আৰু নতুন ৰক্ত কণিকাৰ সৃষ্টি বৃদ্ধি কৰে।
২.কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
৩.মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে।
৪.হতাশা দূৰ কৰে।
১৮ ৰ পৰা ৬০ বছৰ বয়সৰ আৰু ৫০ কেজি ওজনৰ যিকোনো নিৰোগী লোকে ৰক্তদান কৰিব পাৰে। ৰক্তদাতাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ পুৰুষৰ নূন্যতম ১২.৫ % আৰু মহিলাৰ ১২% থাকিব লাগে।
Apply Now
জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd