• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 7:54 pm
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতক সু-৫৭ যুদ্ধবিমান যোগান ধৰিবলৈ সম্পূৰ্ণ সাজু হৈছে। বৰ্তমান সময়ত নতুন দিল্লীয়ে প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধবিমানৰ সন্ধান কৰি থকাৰ সময়তে পুটিনৰ এই প্ৰস্তাৱ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ লগতে তেওঁ জনাইছে যে ভাৰতৰ উন্নত প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ প্ৰযুক্তি হস্তান্তৰ কৰিবলৈও মস্কো মান্তি হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পুটিনে কয় যে ইয়াৰ পূৰ্বেও ৰাছিয়াই ভাৰতক যুটীয়াভাৱে সু-৫৭ যুদ্ধবিমান নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। কিন্তু ২০১৮ চনত ভাৰতে সেই প্ৰকল্পৰ পৰা আঁতৰি আহিছিল। পুটিনৰ মতে, সেই সময়ত ভাৰতীয় বন্ধুসকলে তেওঁলোকক নিজাববীয়াকৈ আগবাঢ়ি যাবলৈ কৈছিল আৰু ভৱিষ্যতে একেলগে কাম কৰাৰ সম্ভাৱনা মুকলি ৰাখিছিল। এতিয়া ৰাছিয়াই নিজেই এই বিমান তৈয়াৰ কৰি উলিয়াইছে যদিও তেওঁলোকে এতিয়াও ভাৰতৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। এই মন্তব্যৰ জৰিয়তে পুটিনে পশ্চিমীয়া দেশসমূহক এক প্ৰকাৰ বুজাই দিব বিচাৰিছে যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নোৱাৰে।

Apply Now

উল্লেখযোগ্য যে ৰাছিয়াৰ সুখোই ডিজাইন ব্যুৰোৰ দ্বাৰা নিৰ্মিত এই সু-৫৭ যুদ্ধবিমানখনে আকাশ, স্থল আৰু সাগৰৰ যিকোনো লক্ষ্যস্থানত নিখুঁতভাৱে আঘাত হানিব পাৰে। অতি বেয়া বতৰ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ পৰিস্থিতিতো দিন-ৰাত ২৪ ঘণ্টাই যুঁজ দিয়াৰ ক্ষমতা আছে এই বিমানখনৰ। আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়াৰ কম দৃশ্যমানতা, অৰ্থাৎ ই শত্ৰুৰ উন্নত ৰাডাৰকো অতি সহজে ফাঁকি দিব পাৰে। বিশেষজ্ঞসকলৰ মতে, এনে ধৰণৰ শক্তিশালী যুদ্ধবিমান ভাৰতৰ হাতলৈ আহিলে চীন আৰু পাকিস্তানৰ নিদ্ৰা হৰণ হোৱাটো নিশ্চিত।

আনহাতে আমেৰিকাৰ সৈতে চলি থকা শুল্ক যুদ্ধৰ বিষয়তো ৰাছিয়াই নিজৰ বন্ধু দেশ ভাৰতৰ পক্ষতে থিয় দিছে। সাংবাদিক সন্মিলনত পুটিনে কয় যে ভাৰত বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব আৰু ভাৰত চৰকাৰৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এইয়া সম্ভৱ হৈ উঠিছে। নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰি ভাৰতে বিশ্বৰ বেছিভাগ দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে আৰু ই এক অত্যন্ত ফলপ্ৰসূ পদক্ষেপ বুলিও পুটিনে প্ৰশংসা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd