• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিৰ’ পইণ্ট বিবাদৰ বাবে স্তব্ধ অসম-মেঘালয়ৰ সীমা জৰীপ

শিৱাশিস চক্ৰৱৰ্তী by শিৱাশিস চক্ৰৱৰ্তী
April 19, 2018 9:41 pm
assam mizoram border
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিৰ’ পইণ্ট বিবাদৰ ফলত ঢোলচেৰা-ফাইছেন এলেকাত অসম আৰু মেঘালয়ৰ দ্বাৰা আৰম্ভ কৰা যুটীয়া জৰীপ কাৰ্য বন্ধ কৰি দিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে। সিদ্ধান্ত মৰ্মে জিৰ’ পইণ্টৰ বিষয়ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ পাছত পুনৰাই জৰীপ আৰ্মভ কৰা হ’ব।

দুইখন চুবুৰীয়া ৰাজ্যৰ মাজৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে ৯ এপ্ৰিলত কাচাৰৰ ঢোলাইত এখন যুটীয়া আলোচনাচক্ৰৰ আয়োজন কৰা হৈছিল। উক্ত সভাত দুয়োখন ৰাজ্যৰ বন বিষয়া, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ বিষয়াসকল উপস্থিত আছিল।ইয়াতেই যৌথ জৰীপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

Apply Now

দুই ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ১২ আৰু ১৩ এপ্ৰিলত কচুৰতল এলেকাত সুকলমে জৰীপ সম্পন্ন কৰা হৈছিল।বুধবাৰে হাইলাকান্দিৰ ডি এফ অ’ নাজমুল হুছেইন মজুমদাৰ আৰু কোলাছিবৰ (মিজোৰাম)ডি এফ অ’ লালনুন জিৰা আৰু আগুৱাই জৰীপ কৰাৰ বাবে ঢোলচেৰা এলেকাত আহি উপস্থিত হয়। তেতিয়াই মিজোৰামৰ প্ৰতিনিধিসকলে ফাইছেনত অবস্থিত সীমাৰ খুটি এটা জিৰ’ পইণ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে জোৰ দিয়ে। নাজমুল হুছেইনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে।

হুছেইনে যুক্তি দৰ্শায় যে ফাইছেন যিহেতু অসমৰ ভিতৰুৱা ইয়াক জিৰ’ পইণ্ট হিচাপে ধৰিব পৰা নাযায়। নথিৰ সহায়ত তেওঁ দেখুৱাই ৰমজানি নালাৰ সিপাৰে ১০ কিলোমিটাৰ দূৰত অসম-মিজোৰাম সীমা বুলি দাবী কৰে।

যদিওবা হুছেইনে ফাইছেনৰ খুটিক জিৰ’ পইণ্ট বুলি ধৰিবলৈ সম্পূৰ্ণ অমান্তি হোৱা নাছিল, মিজোৰামৰ প্ৰতিনিধিসকলে ফাইছেনৰ পৰা ২ কি:মি: উজনি আৰু নামনিলৈ জিৰ’ পইণ্ট হিচাপে ধৰিবলৈ কৌতুহল প্ৰকাশ কৰাত বিবাদৰ উৎপত্তি হয়।

উল্লেখ্য জিৰ’ পইণ্ট হিচাপে ধৰিবলৈ ফাইছেন এলেকাত  নতুনকৈ খুটি পোতা হৈছে, যাৰ বাবে ডি এফ অ’ মজুমদাৰ আৰু অন্যসকল সন্দেহপ্ৰৱণ হৈছে।

শিৱাশিস চক্ৰৱৰ্তী

শিৱাশিস চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd