• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Daler Mehndi: মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ দালেৰ মেহেন্দি; ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2022 7:16 pm
ডালেৰ মেহেন্দি। ফাইল ফটো।

ডালেৰ মেহেন্দি। ফাইল ফটো।

145
VIEWS
Share on FacebookShare on Twitter

Daler Mehndi gets jail কাৰাবন্দী হ’ল জনপ্ৰিয় পাঞ্জাৱী ভাংৰা শিল্পী দালেৰ মেহেন্দি। ২০০৩ চনত দেশ কঁপাই যোৱা মানৱ সৰৱৰাহ গোচৰত কাৰাবাস খাটিব লাগিব জনপ্ৰিয় শিল্পীজনে। সুদীৰ্ঘ ১৯ বছৰৰ পাছত পাটিয়ালাৰ আদালতে আজি তেওঁক গ্ৰেপ্তাৰৰ আদেশ দিয়ে।

ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ১২০বি, ৪৬৫, ৪৬৮ আৰু ৪৭১ ধাৰা অনুসৰি দোষী সাব্যস্ত কৰা হৈছে তেওঁক। সেই অনুসৰি, দুবছৰ ধৰি কাৰাগাৰত থাকিব লাগিব দালেৰ মেহেন্দি।

উল্লেখযোগ্য যে দালেৰ মেহেন্দিৰ সংগীতগোষ্ঠীৰ স’তে অনুষ্ঠান পৰিৱেশন কৰিবলৈ বিদেশলৈ নিয়াৰ টোপ দি মানৱ সৰৱৰাহ কৰাৰ অভিযোগ উঠিছিল দালেৰ মেহন্দীৰ ভাতৃ সামশ্বেৰ মেহন্দিৰ ওপৰত। তাত খোদ দালেৰ মেহেন্দিও জড়িত থকাৰ অভিযোগ উঠে।

২০০৩ চনত এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হয়। অভিযোগকাৰী বকশিস সিঙে দাবী কৰিছিল যে অনুষ্ঠান কৰিবৰ বাবে বিদেশলৈ নিয়াৰ যি চুক্তি কৰা হৈছিল, সেয়া কেতিয়াও বাস্তৱায়িত হোৱা নাছিল।

২০১৭ চনত সামশ্বেৰ মেহেন্দিৰ মৃত্যু হয়। তাৰপাছতে ২০১৮ চনত দালেৰ মেহন্দিক গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল যদিও জামিনত মুক্তিলাভ কৰিছিল।

এতিয়া তেওঁক দুবছৰ কাৰাবাস প্ৰদান কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

Recent News

লোকসভাত বিতৰ্ক নোহোৱাকৈ গৃহীত হ’ল দুখন গুৰুত্বপূৰ্ণ কৰ বিধেয়ক

লোকসভাত বিতৰ্ক নোহোৱাকৈ গৃহীত হ’ল দুখন গুৰুত্বপূৰ্ণ কৰ বিধেয়ক

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

ট্ৰাম্পৰ শুল্কৰ জাল ফালি ওলোৱাৰ উপায় কি? কি ক’লে নোবেল বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd