• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UP Minister Dinesh Khatik resigns: ‘দলিত বুলি দিয়া নহয় সন্মান’: অমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 4:09 pm
দীনেশ খটিক।

দীনেশ খটিক।

252
VIEWS
Share on FacebookShare on Twitter

UP Minister Dinesh Khatik resigns উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ ৰাজ্যত ঘটিছে এই ঘটনা। মুকলিকৈ প্ৰকাশ পাইছে অন্তৰ্কন্দল তথা ভাঙোনৰ ছবি। যোগী চৰকাৰৰ দলিত মন্ত্ৰী দীনেশ খটিকৰ পদত্যাগে ৰাজ্যৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে।

তেওঁ দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ অভিযোগ কএ যে তেওঁ দলিত হোৱাৰ বাবে তেওঁক কোনো সন্মান দিয়া নহয়।

পত্ৰখনত তেওঁ বিস্ফোৰক অভিযোগ উত্থাপন কৰি লিখিছে যে তেওঁৰ কোনো আদেশ শুনা নহয় আৰু বৈঠকলৈও তেওঁ মতা নহয়।

দীনেশ খটিকৰ পদত্যাগ পত্ৰই যোগীৰ ৰাজ্যত যথেষ্ট ধুমুহাৰ সৃষ্টি কৰিছে। পত্ৰখনত দলিত মন্ত্ৰী খটিকে কেইবাটাও বিষয়ত অমিত শ্বাহৰ ওচৰত অভিযোগ কৰে।

বাতৰি অনুসৰি কেৱল পত্ৰই নহয়, ব্যক্তিগতভাৱেও তেওঁ অভিযোগ দাখিল কৰিবলৈ দিল্লীত উপস্থিত হৈছে।

লগতে পঢ়ক: সংকটজৰ্জৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰনিল বিক্ৰমসিংহে

দিনেশ খটিকৰ পদত্যাগৰ পিছত ‘হস্তিনাপুৰত দ্ৰৌপদীৰ অভিশাপ’ৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। ইয়াৰ পৰা জয়ী হোৱাৰ পিছতে এই দলিত নেতাজন ৰাজ্যিক মন্ত্ৰী হৈছিল। তেওঁ কৈছিল যে এইবাৰ হস্তিনাপুৰৰ অভিশাপ শেষ হ’ব আৰু উন্নয়ন আৰম্ভ হ’ব। মহাভাৰতত বৰ্ণিত ঐতিহাসিক চহৰখন পুনৰ নিৰ্মাণ কৰা হ’ব।

পত্ৰখনত দিনেশ খটিকে অমিত শ্বাহক কয় যে যেতিয়াই নমামি গঙ্গে যোজনাৰ  দুৰ্নীতিৰ বিষয়ে বিষয়াসকলৰ পৰা কোনো তথ্য বিচাৰে কোনো তথ্য নিদিয়ে। খটিকে অভিযোগ কৰে যে যেতিয়া তেওঁ এই বিষয়ে জানিবলৈ সচিবক ফোন কৰে  তেওঁ তেওঁৰ কথা নুশুনি ফোনটো কাটি দিয়ে।

লগতে পঢ়ক: Amisha Patel: লাখ লাখ টকা প্ৰৱঞ্চনাৰ অভিযোগ; আমিশাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ

পত্ৰখনত যোগী চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে, “মোৰ বিভাগৰ বিষয়াসকলে মোক কোনো গুৰুত্ব নিদিয়ে। দলিতসকলক উপযুক্ত সন্মান নিদিয়াৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনি, নমামি গঙ্গে আৰু হৰ ঘৰ জল যোজনাত নিয়মবোৰ অমান্য কৰা হৈছে। মোৰ বিভাগ স্থানান্তৰৰ নামত প্ৰৱঞ্চনা কৰি মানুহক লুণ্ঠন কৰা হৈছে।”

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd