• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ পানবাৰী গাওঁৰ শিপিনীৰ হাতে বোঁৱা কাপোৰলৈ ‘অসমী’ ব্ৰেণ্ড নেইম প্ৰদান

বিপননৰ বাবে আন্ত:ৰাষ্ট্ৰীয় অনলাইন ব্যৱসায় প্ৰতিষ্ঠানৰ তালিকাভুক্ত হ'ল ‘অসমী’ ব্ৰেণ্ডৰ সামগ্ৰী

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
July 20, 2022 5:50 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসাৰিত লেণ্ডস্কেপত প্ৰথমবাৰৰ বাবে ইয়াৰ বন্যপ্ৰাণী, জৈৱতন্ত্ৰৰ আৰু লোক সাংস্কৃতিৰ প্ৰতিফলিত হোৱা পৰম্পৰাগত হস্ততাঁত সামগ্ৰীক বিপণনৰ বাবে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এক অনলাইন ব্যৱসায় প্ৰতিষ্ঠানৰ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ শিপিনীয়ে হাতে বোঁৱা কাপোৰ ৰাজ্যৰ গ্ৰামাঞ্চলৰ উৎপাদিত সামগ্ৰী প্ৰচাৰ আৰু বিপননৰ বাবে অসম চৰকাৰে  গঠন কৰা ৰাজ্যিক গ্ৰাম্য জীৱিকা মিচন আঁচনিৰ অধীনত ‘অসমী’ উৎপাদন বুলি স্বীকৃতি লাভ কৰিবলৈও সক্ষম হৈছে ৷

Apply Now

‘অসমী’ হৈছে অসম চৰকাৰৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা মিচনৰ দ্বাৰা স্বীকৃত এক ব্ৰেণ্ড নেইম ৷ অসমী ব্ৰেণ্ডৰ সকলো উৎপাদন অসম চৰকাৰৰ দ্বাৰা বিশেষ ভাৱে স্বীকৃত ৷

ডেৰাডুনত থকা ভাৰতৰ আগশাৰীৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিশেষ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পানবাৰী আদৰ্শ মিচিং গাওঁৰ হস্তশিল্পী আৰু শিপিনীসকলৰ দ্বাৰা তৈয়াৰী হস্ত তাঁত শিল্পৰ সামগ্ৰীবোৰ এই অসমী ব্ৰেণ্ডৰ বাবে নিৰ্বাচিত হৈছে ৷

কেৱল সিমানেই নহয়, অসম চৰকাৰৰ দ্বাৰা অসমী ব্ৰেণ্ডৰ স্বীকৃতি লাভ কৰা এই পানবাৰী আদৰ্শ মিচিং গাওঁৰ শিপিনীয়ে হাতে বোৱা কাপোৰে এতিয়া আন্ত:ৰাষ্ট্ৰীয় বজাৰত বিশেষ মৰ্যদা লাভ কৰিবলৈও সক্ষম হৈছে ৷

মুম্বাইত থকা আন্ত:ৰাষ্ট্ৰীয় বিখ্যাত অনলাইন ব্যৱসায় প্ৰতিষ্ঠান পশুপক্ষী ডট কমে (pashoo pakshee.com) কাজিৰঙাৰ পানবাৰী গাওঁৰ শিপিনীয়ে হাতেবোঁৱা আৰু অসমী ব্ৰেণ্ডৰ স্বীকৃতি পোৱা কাপোৰ নিজৰ পৰ্টেলৰ সামগ্ৰী তালিকাত অন্তৰ্ভুক্ত কৰি বিপননৰ বাবে বিশ্বৰ বজাৰত মুকলি কৰিছে ৷

পশুপক্ষী ডট কম নামৰ বিশ্বৰ আগশাৰীৰ অনলাইন ব্যৱসায় প্ৰতিষ্ঠানে ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান সমুহৰ কাষৰীয় গাওঁবাসীৰ দ্বাৰা হস্ত নিৰ্মিত সামগ্ৰীৰহে বিপনন কৰে৷ আন্ত: ৰাষ্ট্ৰীয় বজাৰত পশুপক্ষী ডট কমে ইতিমধ্যেই যথেষ্ট সমাদৰো লাভ কৰিছে ৷

এই অনলাইন ব্যৱসায়ী প্ৰতিষ্ঠানৰ সামগ্ৰীৰ তালিকাত কাজিৰঙাৰ কাষৰীয় গাওঁৰ শিপিনীৰ হাতৰ কামৰ সামগ্ৰীৰ অন্তৰ্ভুক্তিয়ে কাজিৰঙাৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৷ পশুপক্ষী ডট কম নামৰ বিপনন পৰ্টেলত তালিকাভুক্ত হোৱা পানবাৰী আদৰ্শ মিচিং গাওঁৰ মহিলা সকলৰ হস্ততাঁত শিল্প সামগ্ৰীয়েই হ’ল কাজিৰঙাৰ প্ৰথম সামগ্ৰী ৷

অসম চৰকাৰৰ ‘অসমী ব্ৰেণ্ড’ উৎপাদন হিচাবে মান্যতা পোৱা আৰু পশুপক্ষী ডট কমৰ দ্বাৰা বিপননৰ সুবিধা লাভ কৰাৰ পিচত কাজিৰঙাৰ পানবাৰী আদৰ্শ মিচিং গাওঁৰ শিপিনী সকলৰ বাবে এতিয়া নিজৰ সামগ্ৰীৰ উচিত মুল্য পোৱাৰ উপৰিও বয়ন শিল্পক জীৱিকা হিচাপে লৈ আত্ম নিৰ্ভৰশীলতাৰ পথ সুনিশ্চিত হৈ পৰিল৷

ইয়াৰ বিপৰীতে আত্মনিৰ্ভৰশীলতাই এই লোক সকলক প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতাকো হ্ৰাস কৰিব বুলি বিভাগীয় সুত্ৰই প্ৰকাশ কৰিছে ৷ 

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd