• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

World’s Most Powerful Passports: বিশ্বৰ কোনখন দেশৰ পাছপোৰ্ট আটাইতকৈ ‘শক্তিশালী’? ভাৰতৰ স্থান কিমান নম্বৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 8:45 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

World’s most powerful passports এই বছৰৰ হেনলী পাছপোৰ্ট সূচক (Henley Passport Index) সমীক্ষা প্ৰকাশ পাইছে। এই প্ৰতিবেদন প্ৰস্তুত কৰোতে এখন দেশৰ পাছপোৰ্ট কিমান শক্তিশালী তাৰ সমীক্ষা দাঙি ধৰা হয়। আপুনি এখন দেশৰ পাছপোৰ্টৰ সৈতে প্ৰতিবন্ধকতা বা ভিছা অবিহনে কিমানখন দেশত প্ৰৱেশ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰা হয়।

এইবাৰৰ এই প্ৰতিবেদনখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো বিশেষজ্ঞসকলে কয় যে কোভিড সংক্ৰমণৰ সৈতে মোকাবিলা কৰোঁতে পৃথিৱীৰ বহুতো দেশত অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তন হৈছে। এই অধ্যয়নটোত তাৰ প্ৰভাৱ পৰিছে।

Apply Now

এইবাৰৰ সমীক্ষাত আটাইতকৈ বেছি কি লক্ষ্য কৰা গৈছে? এইবাৰ তালিকাত ইউৰোপীয় দেশসমূহৰ আধিপত্য কিছু হ্ৰাস পাইছে। দৰাচলতে এছিয়াৰ কেইবাখনো দেশ বহুত বেছি উন্নীত হৈছে।

তালিকাৰ এক নম্বৰত আছে এছিয়াৰ দেশ জাপান। কেৱল সেয়াই নহয়, তালিকাৰ দুই নম্বৰত আছে এছিয়াৰ দুখন দেশ ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া।

জাপানী পাছপোৰ্ট থকা সকলে কোনো বাধা আৰু ভিছা অবিহনে ১৯৩ খন দেশত প্ৰৱেশ কৰিব পাৰে। পৰৱৰ্তী দুখন দেশৰ বাবে সংখ্যাটো হৈছে ১৯২।

ৰাছিয়া তালিকাত বহুখিনি অৱনমিত হৈছে। দেশখনৰ নাগৰিকসকলক এই দেশৰ পাছপোৰ্টৰ সৈতে ১১৯ খন দেশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব। তালিকাত ৰাছিয়া ৫০ নম্বৰ স্থানত আছে। চীন আছে ৬৯ নম্বৰ স্থানত। চীনা পাছপোৰ্টৰ সৈতে কোনোৱে ভিছা অবিহনে ৮০ খন দেশত প্ৰৱেশ কৰিব পাৰে।

উল্লেখ্য যে ২০১৭ চনলৈকে এছিয়াৰ প্ৰায় কোনো দেশেই শীৰ্ষ ১০ খনৰ ভিতৰত নাছিল। কিন্তু কোভিড পৰিস্থিতিৰ পিছৰ সময়ছোৱাত যে যথেষ্ট পৰিৱৰ্তন হৈছে সেয়া সমীক্ষাটোৱে স্পষ্ট কৰি দিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰ এই তালিকাত ৭ নম্বৰত আছে। যদি আপোনাৰ এই দেশৰ পৰা পাছপোৰ্ট আছে তেন্তে আপুনি ভিছা অবিহনে ১৮৬ খন দেশত প্ৰৱেশ কৰিব পাৰে।

শক্তিশালী পাছপোৰ্টৰ ক্ষেত্ৰত এছিয়াৰ দেশসমূহৰ এই উৰ্ধগতিৰ মাজত ভাৰতৰ  স্থান কিমান?  ভাৰতে এতিয়ালৈকে এই তালিকাত বহু তলতে আছে। এই তালিকাত দেশখন ৮৭ তম স্থানত আছে। তালিকাখনৰ অন্তিম স্থানত আছে আফগানিস্তান। আফগানিস্তানৰ পাছপোৰ্ট থাকিলে ভিছা অবিহনে ২৭ খন দেশলৈ যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd