• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Benifits of Watermelon: তৰমুজৰ আকাৰৰ দৰেই আছে গুণাগুণৰো ভাণ্ডাৰ; জানো আহক ইয়াৰ উপকাৰীতাৰ বিষয়ে

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 21, 2022 1:30 pm
Benifits of Watermelon
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালত বহুলভাৱে বজাৰত পোৱা ফলৰ ভিতৰত তৰমুজ অন্যতম। এই শীতল ফলবিধ মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই গ্ৰীষ্মকালীন ফলটোৱে মানুহৰ শৰীৰত বহুতো উপকাৰিতা প্ৰদান কৰে।

ই হৈছে এক পানী সমৃদ্ধ ফল, যি এই গৰম বতৰত শৰীৰৰ পানীৰ পৰিপূৰক হোৱাত সহায়ক হয়। তৰমুজ মুখলৈ নিয়াৰ লগে লগে, ই ডিঙি শীতল কৰে আৰু লগতে গৰমৰ পৰা সকাহ দিয়ে। তৰমুজে কেৱল তৃষ্ণা নিবাৰণ নকৰে, ই পেটৰ ভোকো নোহোৱা কৰে।

Apply Now

তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পৰাৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে। সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ।

তৰমুজৰ উকাৰীতাৰ বিষয়ে জানো আহক:-

১) গ্ৰীষ্মকালত তৰমুজ খালে শৰীৰৰ তাপৰ পৰা সুৰক্ষিত কৰে আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰাখে।

২) কেৱল তৰমুজৰ ৰঙা অংশই নহয়। ইয়াৰ বগা অংশও স্বাস্থ্যৰ বাবে উপকাৰী। বগা অংশ অৰ্থাৎ ইয়াৰ বাকলিয়ে আপোনাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। তৰমুজৰ বাকলিত মেগনেছিয়াম, পটাছিয়াম, কাৰ্বোহাইড্ৰেট, ভিটামিন চি, ভিটামিন এ আৰু জিংক থাকে।

৩) তৰমুজক ভিটামিন এ- ৰ এক ভাল উৎস বুলি গণ্য কৰা হয়, যি আপোনাৰ চকু আৰু হৃদযন্ত্ৰৰ বাবে ভাল।

৪) তৰমুজ খালে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে। কিয়নো ই আঁহ আৰু পানীৰে সমৃদ্ধ।

৫) শৰীৰত ৰক্তহীনতা উপশম কৰাত তৰমুজ সহায়ক হ’ব পাৰে। ই হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি কৰাত ভাল। ই ভিটামিন চি আৰু লোৰ পৰিমাণ সমৃদ্ধ।

৬) তৰমুজ পটাছিয়াম সমৃদ্ধ। যি ইলেক্ট্ৰলাইট ফাংচন বাহাল ৰখাত সহায়ক। ই হৃদযন্ত্ৰৰ স্বাস্থ্য, হাড় আৰু পেশী শক্তিশালী কৰে।

 

৭) ছালৰ ৰোগৰ বাবে তৰমুজ উপকাৰী। তৰমুজৰ ৰস সেৱন কৰিলে ধাতু দূৰ্বল হোৱাৰ কোনো সম্ভাৱনা নাথাকে।

৮) শৰীৰৰ বৰ্ধিত মেদ কমাবলৈ বিচৰাসকলৰ বাবে তৰমুজ এবিধ উত্তম খাদ্য।

৯) যদি মূৰৰ বিষ হয়, তেন্তে আধা গিলাচ তৰমুজৰ ৰসৰ লগত সম পৰিমাণৰ পানী মিহলাই খাব লাগে।

১০) প্ৰসাৱত জ্বলা পোৰা হয়, তেন্তে নিয়ৰ বা বৰফত কিছু সময় থৈ দিয়া এটা তৰমুজৰ ৰস উলিয়াই তাৰ লগত চেনি মিহলাই ৰাতিপুৱা খোৱা উচিত।

১১) আহাৰ খোৱাৰ পাছত তৰমুজৰ ৰস সেৱন কৰিলে ভোজন সোনকালে হজম হয়। ইয়াৰ ফলত টোপনিও ভালকৈ আহে।

 

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd