• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰম আইন উলংঘন কৰা লেপেটকটাৰ বাগানৰ মালিকেৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ সৈতে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 24, 2022 3:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন এই পুঁজিপতি ৰুদ্ৰ চেটাৰ্জী? লেপেটকটা বাগানৰ কাণ্ডৰে কেনেকৈ সাঙুৰ খালে ৰুদ্ৰ চেটাৰ্জীৰ নাম?
শ্ৰমিক আইন ভৰিৰে মোহাৰে নেকি ৰুদ্ৰ চেটাৰ্জীয়ে? সংবাদমেল সম্বোধন কৰি এই প্ৰশ্নৰ অৱতাৰণা কৰে ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্কো-ডি শইকীয়াই।
সংবাদমেলত শইকীয়াই কয় “অস্থায়ী শ্ৰমিকক কলঘৰৰ কামত নিয়োগ কৰিব নোৱাৰে। কলঘৰৰ কামত মইনাক নিয়োগ কৰাটো আছিল অবৈধ। কলঘৰৰ কামত মহিলা শ্ৰমিকক নিয়োগ কৰিব নোৱাৰে”।

তেনে ক্ষেত্ৰত শ্ৰম আইন উলংঘন কৰি লেপেটকটা চাহ বাগিছাৰ মালিক পক্ষই অস্থায়ী শ্ৰমিক মইনা নায়কৰ জীৱন সংকটৰ দিশে থেলি দিলে কিয়? বুলি সংবাদমেলত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে।
মইনা নায়কৰ ঘটনাৰ ৬ দিন উকলি যোৱাৰ পাছতো মালিক কতৃপক্ষৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ দলৰ।

Apply Now

উল্লেখ্য যে, কালি লেপেটকটা বাগিচা কৰ্তৃপক্ষক মইনা নায়কক তিনিদিনৰ ভিতৰত ১৩,৩৩,০৩৪ টকা ক্ষতিপূৰণৰূপে আদায় দিবলৈ ডিব্ৰুগড়ৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশৰ জৰিয়তে বাগিচাৰ মালিকক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সুৰক্ষা দিব বিচৰা বুলিহে গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ। লেপেটকটা চাহ বাগিচাৰ মালিক ৰুদ্ৰ চেটাৰ্জীক কিয় গ্ৰেপ্তাৰ কৰা নাই ৰাজ্য চৰকাৰে? এই প্ৰশ্ন কৰি শইকীয়ই আৰু কয় “ৰুদ্ৰ চেটাৰ্জী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ। বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰে ৰুদ্ৰ চেটাৰ্জীৰ আছে এক সু-সম্পৰ্ক”।

ৰাইজৰ দলৰ দাবী- বেআইনী ভাৱে মইনা নায়কক কলঘৰৰ কামত লগোৱা ৰুদ্ৰ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা।

ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চাহ বাগানৰ মালিকৰ পক্ষত থাকে নে অসমৰ ৰাইজৰ পক্ষত থাকিব সেই কথা স্পষ্ট কৰিবলৈ দাবী জনায় ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে। লেপেটকটা চাহ বাগিচাৰ মালিক ৰুদ্ৰ চেতাৰ্জীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সাহস দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় ৰাছেল হুছেইনে।

ৰাইজৰ দলে অনা এনেবোৰ অভিযোগ প্ৰকৃততে যদি সঁচা হয়, তেন্তে ন্যায় পাব নে মইনা নায়কৰ দৰে দুৰ্ভগীয়া শ্ৰমিক তথা তেওঁৰ পৰিয়ালে? মইনা নায়কৰ দৰে অৱস্থা অন্য কোনো শ্ৰমিকৰ ক্ষেত্ৰত নহওঁক তথা কলঘৰসমূহ আইনৰ গণ্ডীৰ মাজৰে পৰিচালনা হওঁক সেয়াই সকলোৰে কামনা।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd