• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

’এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ‘, চিকিৎসালয়ৰ পৰা ওলাই সাংবাদিকক ক’লে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 29, 2022 5:45 pm
251
VIEWS
Share on FacebookShare on Twitter

’মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে’, এই মন্তব্য পশ্চিমবংগৰ অপসাৰিত মন্ত্ৰী পার্থ চেটার্জীৰ৷

আজি স্বাস্থ্য পৰীক্ষ্ষাৰ বাবে চিকিৎসালয়লৈ অনাৰ সময়তে চেটার্জীয়ে এনেদৰে কয়৷ তেওঁ কয় যে তেওঁ এটা ষড়যন্ত্ৰৰ ভুক্তভোগী হৈছে। তেওঁ লগতে কয়, “মমতা বেনাৰ্জীৰ সিদ্ধান্ত সঠিক “। তৃণমূল চৰকাৰে তেওঁক সকলো পদৰ পৰা আঁতৰাই দিয়াৰ পিছত, পাৰ্থৰ মন্তব্যক ৰাজনৈতিক মহলৰ এটা অংশই যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে।

পাৰ্থ আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জী, যাক গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল, আজি দুপৰীয়া প্ৰায় ১২ বজাত শাৰীৰিক পৰীক্ষাৰ বাবে এখন পৃথক বাহনত ইএছআই চিকিৎসালয়ত উপস্থিত হৈছিল। চিকিৎসালয়ত প্ৰৱেশ কৰোঁতে পাৰ্থে কয়, “মই ষড়যন্ত্ৰৰ বলি হৈছো”। মন্ত্ৰিত্বকে ধৰি তৃণমূলৰ (টিএমচি) সকলো পদ হেৰুওৱাৰ পিছত পাৰ্থ চেটাৰ্জীয়ে প্ৰথমবাৰৰ বাবে নিৰৱতা ভংগ কৰিলে।

ইফালে, চিকিৎসালয়ৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে অৰ্পিতা মুখাৰ্জী কান্দোনত ভাগি পৰে। গাড়ীখনৰ পৰা তেওঁ নামিব নিবিচাৰিছিল। অৰ্পিতাই গাড়ীৰ পৰা নামিবলৈ চেষ্টা কৰাৰ সময়তে গাড়ীৰ পৰা বাগৰি পৰে। তেওঁক পিছত হুইলচেয়াৰত গাড়ীলৈ লৈ যোৱা হয়। অৰ্পিতাই তেতিয়াও কান্দিয়েই আছিল। অৰ্পিতাক আজি মানসিকভাৱে বিধ্বস্ত ইৱস্থাত দেখা যায়।

Recent News

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd