• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2022 9:36 pm
Akhilesh Yadav on Bihar Politics
158
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আজি বিজেপিৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিলে বিহাৰৰ শাসনাধিষ্ঠ জেডিইউ- এ। বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ পৰা মুক্ত হোৱাৰ পণ লৈ নীতিশ কুমাৰে বিজেপিৰ সঙ্গ এৰি বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিলে।

বিজেপিৰ বিৰুদ্ধে নীতিশ কুমাৰৰ এই সিদ্ধান্তই দেশৰ ৰাজনীতিত এক ধুমুহাৰ সূচনা কৰিছে। কুমাৰৰ এই সবল সিদ্ধান্তৰ পাছতেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দেশৰ বিৰোধী ৰাজনৈতিক মহল।

আন আন বিৰোধী দলৰ নেতাৰ লগতে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱেও বিহাৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ আশাবাদী হৈ পৰিছে।

বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক বিবৃতিত অখিলেশ যাদৱে দেশৰ এইয়া এক নতুন আৰু আশাপ্ৰদ আৰম্ভণি হিচাপে স্বীকৃতি দিছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি যাদৱে কয় যে আজিৰ দিনটোতে অৰ্থাৎ ৯ আগষ্টত ইংৰাজৰ ভাৰত ত্যাগৰ শ্ল’গান দিয়া হৈছিল। আৰু আজি এই দিনটোতে বিহাৰৰ পৰা ‘বিজেপি ভগাও’ৰ শ্ল’গান আহিছে।

“মই ভাবো দেশৰ ৰাজনৈতিক দল আৰু বিভিন্ন ৰাজ্যৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে থিয় দিব।”- যাদৱে কয়।

বিজেপিক সমালোচনা কৰি অখিলেশ যাদৱে নীতিশ কুমাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি এটা উচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

দেশৰ আন ৰাজ্যসমূহতো এনে কাৰ্যসূচী আৰম্ভ হোৱা উচিত বুলি তেওঁ লগতে কয়। যাদৱে কয় যে বিজেপিয়ে বিহাৰত জেডিইউক বিশ্বাসঘাতকতা কৰিছিল। গতিকে বিজেপিৰ সংগ ত্যাগ কৰি জেডিইউ- এ এক নতুন দিশ মুকলি কৰিছে বুলি যাদৱে মত পোষণ কৰে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd