• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2022 11:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ukraine atomic plant attacked again দক্ষিণ ইউক্ৰেইনৰ ঝোপোৰিজিয়া পাৰমাণৱিক প্ৰকল্পত পুনৰ কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ৰাছিয়া আৰু ইউক্ৰেন দুয়োপক্ষই দাবী কৰিছে যে বৃহস্পতিবাৰে কমেও ১০ টা বিস্ফোৰণ ঘটিছে।

উক্ত পাৰমাণৱিক প্ৰকল্পটো বৰ্তমান ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। ৰাছিয়াৰ সৈন্য কেন্দ্ৰটোৰ ভিতৰত আছে বুলি অভিযোগ উঠিছে।

ইউক্ৰেইনৰ প্ৰশাসনে জনায় যে বিস্ফোৰণটো পাৰমাণৱিক প্ৰকল্পৰ ভিতৰত য’ত প্ৰথম শক্তি প্ৰকল্পটো আছে তাতেই সংঘটিত হৈছে। তদুপৰি, তেজস্ক্ৰিয় পদাৰ্থ সংৰক্ষণ কৰা স্থানবোৰতো বিস্ফোৰণ ঘটিছে। অৱশ্যে, কোনো বৃহৎ ক্ষতিৰ খৱৰ পোৱা হোৱা নাই।

Apply Now

লগতে পঢ়ক: ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

যোৱা সপ্তাহত পাৰমাণৱিক প্ৰকল্পটোত এটা বিস্ফোৰণ ঘটিছিল। যাৰ বাবে এটা গোট বন্ধ কৰিব লগা হৈছিল। বিশেষজ্ঞসকলৰ মতে বৃহস্পতিবাৰে যিধৰণে বিস্ফোৰণ সংঘটিত হৈছে যিকোনো সময়তে এটা ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে।

এবাৰ তেজস্ক্ৰিয় পদাৰ্থত এটা বিস্ফোৰণ ঘটাৰ পিছত ই এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে।

ইউক্ৰেনে দাবী কৰিছে যে ৰাছিয়াৰ শ্বেল বা ৰকেট কেন্দ্ৰটোত আহি পৰিছে। অৱশ্যে, ৰাছিয়াই এতিয়ালৈকে সেয়া স্বীকাৰ কৰা নাই। তেওঁলোকে এতিয়ালৈকে বিষয়টোত কোনো মন্তব্য কৰা নাই।

যোৱা সপ্তাহত ৰাছিয়াই কৈছিল যে ইউক্ৰেনে পাৰমাণৱিক কেন্দ্ৰটোত আক্ৰমণ চলাইছে কিয়নো ৰাছিয়ান সেনা কেন্দ্ৰটোৰ ভিতৰত আছে।

ইউক্ৰেনে ৰাছিয়াৰ সেনাই পাৰমাণৱিক প্ৰকল্পৰ ভিতৰৰ পৰা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেইকাৰণে ইউক্ৰেনে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব পৰা নাই।

লগতে পঢ়ক: Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াই ইয়াৰ পাৰমাণৱিক কেন্দ্ৰক সন্মুখত ৰাখি ইউক্ৰেইনক ব্লেকমেইল কৰি আছে।

বৃহস্পতিবাৰৰ ঘটনাৰ পিছত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে পাৰমাণৱিক কেন্দ্ৰটো সেনামুক্ত কৰা উচিত। তেওঁ ৰাছিয়াক শীঘ্ৰেই অঞ্চলটো এৰি যাবলৈ কৈছে। তেওঁ কয় যে পাৰমাণৱিক কেন্দ্ৰত এনে পৰিস্থিতি কোনো প্ৰকাৰে বাঞ্ছনীয় নহয়। যিকোনো প্ৰকাৰে অঞ্চলটো সেনাৰ পৰা মুক্ত কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd