• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

দেবাশীষ বৰুৱা by দেবাশীষ বৰুৱা
August 15, 2022 1:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে এটা জাগৰণ সৃষ্টি হোৱা দেখা গৈছে কাৰণ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ পালন কৰা হৈছে। এনেধৰণৰ কাৰ্যসূচী আয়োজনৰ জৰিয়তে সকলোৰে মনত দেশপ্ৰেম জাগ্ৰত হৈ উঠে। আটাইতকৈ বেছি প্ৰভাৱিত হয় কণ কণ শিশুহঁতৰ কুমলীয়া মনবোৰ।

অসমৰ উগ্ৰবাদী সমস্যাৰ বাবে কেইবছৰমান আগলৈকে এই ধৰণৰ কাৰ্যসূচীৰ উলহ মালহ দেখা পোৱা নগৈছিল। এতিয়া পৰিবৰ্তিত পৰিস্থিতিৰ বাবে সকলোৱে মুকলি মনেৰে এই বিশেষ দিনটো উদযাপন কৰিব পাৰিছে যিটো অতিকে প্ৰয়োজনীয়।

Apply Now

আমাৰ এই বিশাল দেশখনৰ সমস্যা বহুত। সকলো ক্ষেত্ৰতে দেশখনত বিভিন্নতা বিৰাজমান। এই বিভিন্নতাই আমাৰ দেশৰ সৌন্দৰ্য প্ৰকাশ কৰি আহিছে। যিদৰে অঞ্চলভেদে সম্ভাৱনা আৰু সমস্যা ভিন্ন তেনেদৰে আন্ত:গাথঁনি ভিন্ন হোৱাৰ ফলত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ৰাজ্য বোৰ প্ৰকৃতিৰ ৰোষত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। অসম এনেদৰে ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য যি সঘনাই প্ৰকৃতিৰ ৰোষত পৰাৰ ফলত অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ হৈ আছে।

মনলে এনে ভাৱ আহে যে বৃটিছৰ শাসনৰ পিছত ভাৰতৰ সমস্যাবোৰ যেন ক্ৰমাৎ বেছিহে হ’ল। স্বাস্থ্য, শিক্ষা, অনাময় আদি বুনিয়াদী বিষয়ত এতিয়াও আমাৰ দেশ পিছপৰা।

প্ৰতিনিধিত্বমূলক ফটো।

এই  বিষয়বোৰকে ধৰি অন্যান্য ১৭টা লক্ষ্য ২০৩০ বৰ্ষৰ ভিতৰত উপনীত হোৱাৰ বাবে সকলো দেশেই কাম-কাজ হাতত লৈছে যাতে কোনো লোকেই উন্নয়নী প্ৰক্ৰিয়াৰ বাহিৰত ৰৈ নাযায়। কিন্তু আমি দেখিবলৈ পাও যে মানুহ এতিয়াও সচেতন হোৱা নাই।

গাঁও অঞ্চলত বিভিন্ন যি সম্পদ সৃষ্টি কৰা হ’ল সেইবোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিত ৰাইজ উদাসীন। চহৰাঞ্চলত ৰাইজ আৰু বেছি উদাসীন কিয়নো তেওঁলোকে নলা-নৰ্দমাবোৰ জাৱৰ পেলোৱা স্থান হিচাপে ব্যৱহাৰ কৰি ভাল পায় যাৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈ ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হয়।

আমি কিবাকিবি বিছাৰি নাপালে ক্ষোভত ফাটি পৰো, আন্দোলন কৰো কিন্তু গাঁও চহৰ আদিত থকা ৰাজহুৱা সম্পদৰ ভালদৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰো। ফলত আন্ত:গাঁথনি দুৰ্বল হৈ পৰে আৰু সহজে প্ৰকৃতিৰ ৰোষত পৰি আক্ৰান্ত হোৱা দেখা যায়।

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰথম কথা আমি স্ব- নিৰ্ভৰ হৈ স্বাধীন মাতৃভূমিকলৈ গৌৰৱ কৰা উচিত। মাত্ৰ আৱেগিক হৈ দুদিনৰ বাবে আনন্দ কৰি প্ৰকৃত স্বাধীনতা লাভ কৰিব নোৱাৰি। স্ব-নিৰ্ভৰ নোহোৱাৰ বাবেই আমাৰ চুবুৰীয়া শ্ৰীলংকাৰ আজি স্বাধীনতা লোপ পোৱাৰ পথত।

সেয়েহে নিজৰ দেশখনক ভালপোৱা কামটো যেন সদায় কৰিব পাৰো সেই কথা সকলোৱে উপলব্ধি কৰিলে আমি এক শক্তিশালী ৰাষ্ট্ৰ হৈ জিলিকি থাকিব পাৰিম….জয় হিন্দ, জয় আই অসম ! 

দেবাশীষ বৰুৱা

দেবাশীষ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd